ডঃ দিব্যজ্যোতি শইকীয়ালৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মানৱ অধিকাৰ সুৰক্ষা আয়োগৰ আন্তঃৰাষ্ট্ৰীয় সদস্য পদ প্ৰদান

গুৱাহাটী ১ জানুৱাৰী ডঃ দিব্যজ্যোতি শইকীয়ালৈ আমেৰিকা যুক্তৰাষ্ট্ৰত মুখ্য কার্যলয় অৱস্থিত বিশ্ব সংবিধান সংসদ সংস্থা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মানৱ অধিকাৰ সুৰক্ষা আয়োগৰ আন্তঃৰাষ্ট্ৰীয় সদস্য পদ প্ৰদান। কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত অসমৰ নাম উজ্জ্বলাবলৈ সক্ষম হৈছে মানৱ অধিকাৰ তথা সমাজ …

জলসিঞ্চন বিভাগৰ কেইবাটাও প্রকল্প উদ্বোধন কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিলে নিযুক্তিপত্র

আমিনগাঁও ৩১ ডিচেম্বৰ জলসিঞ্চন বিভাগৰ কেইবাটাও প্রকল্প উদ্বোধন কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিলে নিযুক্তিপত্র। আত্মনিৰ্ভৰ ভাৰত অভিযান বাস্তৱায়িত কৰাৰ দিশত ৰাজ্যৰ কৃষক সমাজক আত্মনিয়ােগ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান। মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে প্রধানমন্ত্রী কৃষি সিঞ্চাই যােজনাৰ অধীনত ৰাজ্যত ৰূপায়িত হােৱা …

নিউষ্টাৰ ক্লাবৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰা সন্দৰ্ভত সংবাদমেল

হোজাই ৩০ ডিচেম্বৰ নিউষ্টাৰ ক্লাবৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰা সন্দৰ্ভত সংবাদমেল। সংবাদমেলত নিউষ্টাৰ ক্লাবৰ দ্বাৰা আয়োজিত ক্ৰিকেট প্ৰতিযোগিতাখনত পক্ষপাতিত্ব নকৰাৰ কথা স্বীকাৰ কৰিলে খেল পৰিচালনা সমিতিয়ে৷ নিউষ্টাৰ ক্লাবে নীলবাগানত আয়োজন কৰিছিল সদৌ অসম ভিত্তিত নৈশ ক্ৰিকেট প্ৰতিযোগিতা৷ উক্ত প্ৰতিযোগিতাখনত চুলেমান উচমান …

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন শিক্ষা সম্পাদক শৰৎ হাজৰিকাই অনুষ্ঠানিকভাৱে ত্যাগ কৰিলে ছাত্ৰ সন্থা

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ২৯ ডিচেম্বৰ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন শিক্ষা সম্পাদক শৰৎ হাজৰিকাই অনুষ্ঠানিকভাৱে ত্যাগ কৰিলে ছাত্ৰ সন্থা। প্ৰায় ৩০ টা বছৰ শিৱসাগৰ জিলা ছাত্ৰ সন্থাক নেতৃত্ব প্ৰদান কৰি অহা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন …

শ্বহীদ মৃত্যুঞ্জয় চুতীয়াক শ্ৰদ্ধাঞ্জলি জ্ঞাপন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ধেমাজি ২৯ ডিচেম্বৰ শ্বহীদ মৃত্যুঞ্জয় চুতীয়াক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ গ্ৰেনেড আক্ৰমণত নিহত হৈছল চি আৰ পি এফৰ জোৱান মৃত্যুঞ্জয় চুতীয়া। ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত গেলুৱা গাঁৱৰ বাসিন্দা শ্বহীদ মৃত্যুঞ্জয় চুতীয়া। মুখ্যমন্ত্ৰীয়ে সৰ্বানন্দ সোণোৱালে …

ডি এল এডৰ নামত ছাত্ৰ-ছাত্ৰীক প্ৰৱঞ্চনাৰ অভিযোগ

কুন্দন ভৰালী নগাঁও ২৮ ডিচেম্বৰ ডি এল এডৰ নামত ছাত্ৰ-ছাত্ৰীক প্ৰৱঞ্চনাৰ অভিযোগ। নগাঁৱৰ এছ আৰ কে কণিষ্ঠ মহাবিদ্যালয়ৰ বিৰুদ্ধে ডি এল এডৰ নামত ছাত্ৰ-ছাত্ৰীক প্ৰৱঞ্চনা কৰাৰ অভিযোগ। কলেজৰ সন্মুখত ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ। ডি এল এড পাঠ্যক্ৰমৰ নামত ছাত্ৰ-ছাত্ৰীক প্ৰৱঞ্চনা কৰাৰ …

বিটিএডিৰ ছাতাগুৰী ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

ধুবুৰী ২৭ ডিচেম্বৰ বিটিএডিৰ ছাতাগুৰী ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাজ্য জোকাৰি যোৱা পথ দুর্ঘটনাটোত থিতাতে নিহত ৬ জনকৈ লোকৰ বিপৰীতে হতাহত চালকসহ কেইবাজনো যাত্ৰী।স্থানীয় ৰাইজে তৎপৰতা দেখুৱাই উদ্ধাৰ অভিযানত নামি পৰাত বহু ব্যক্তিৰ প্ৰাণ ৰক্ষা পৰে। বিটিএডিৰ …

বন বিভাগৰ জালত গজৰাজ হত্যাকাৰী

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ২৭ ডিচেম্বৰ বন বিভাগৰ জালত গজৰাজ হত্যাকাৰী৷ শিৱসাগৰত ছয় যুৱকক বনৰীয়া হাতীৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ৷ বন বিভাগে ওৰে নিশা অভিযান চলাই ছয় বনৰীয়া হাতীৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ শিৱসাগৰৰ বন সংমণ্ডল বিষয়া …

শিৱসাগৰত দুটাকৈ বনৰীয়া হাতীৰ মৃত্যু

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ২৬ ডিচেম্বৰ শিৱসাগৰত দুটাকৈ বনৰীয়া হাতীৰ মৃত্যু। শিৱসাগৰ জিলাৰ দিচাংমুখ আৰক্ষী চকীৰ অন্তৰ্গত লেপাই ৰিৰীয়াৰ দীঘল দৰিয়লী গাঁৱৰ দিচাং নদীৰ পাৰত দুটাকৈ বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ। শিৱসাগৰ চহৰৰ পৰা প্ৰায় বিশ কিলোমিটাৰ নিলগত …

বৰদিন উপলক্ষে ৰকিবুল হুছেইনৰ চমগুৰিৰ গীৰ্জা ঘৰত প্ৰাৰ্থনা

নৱজ্যোতি বৰুৱা চমগুৰি ২৫ ডিচেম্বৰ বৰদিন উপলক্ষে চমগুৰিৰ গীৰ্জা ঘৰত কংগ্ৰেছ নেতা তথা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন। খ্ৰীষ্টিয়ান ধৰ্মীয় লোক সকলৰ লগত পবিত্ৰ বৰদিনৰ প্ৰাৰ্থনাত অংশগ্ৰহণ কৰিলে বিধায়ক গৰাকীয়ে। সমষ্টিবাসীৰ লগতে ৰাজ্যবাসীলৈ বৰদিনৰ শুভেচ্ছা জ্ঞাপন ৰকিবুল হুছেইনৰ। আজি খ্ৰীষ্টিয়ান ধৰ্মীয় …