বাইহাটা চাৰিআলি টোল গেটত উত্তপ্ত পৰিস্থিতি
বাইহাটা ২৫ ডিচেম্বৰ বাইহাটা চাৰিআলি টোল গেটত উত্তপ্ত পৰিস্থিতি। মদনপুৰস্থিত টোল গেট ভাঙি লণ্ডভণ্ড কৰিলে একাংশ যুৱকে। টোল গেট লণ্ডভণ্ড কৰি অগ্নি সংযোগ যুৱকৰ দলৰ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। বাইহাটা চাৰিআলিত ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত থকা মাদনপুনৰ …