অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া
কুন্দন ভৰালী নগাঁও ১৮ ডিচেম্বৰ অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া। ৭১ গৰাকী সাক্ষীৰ ভিতৰত ৪২ গৰাকীৰ সাক্ষ্যদান প্ৰক্ৰিয়া সমাপ্ত। নিৰাশাৰ মাজত আশাৰ ৰেঙনি দেখিছে অভি-নীলৰ পৰিয়ালে।অভিযুক্তৰ ফাঁচীৰ দাবী। দেশৰ লগতে সমগ্ৰ বিশ্ব কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ধূসৰ হৈ পৰাৰ …