জ্যেষ্ঠ নাগৰিকৰ বাবে মুকলি হ’ল আঁকোৱালিৰ বিশেষ সেৱা
গুৱাহাটী ১৪ ডিচেম্বৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে মানসিক ফিটনেছ আৰু লাইফষ্টাইলৰ সুবিধা আগবঢ়োৱা গুৱাহাটীৰ আঁকোৱালি কেয়াৰ ছাৰ্ভিচেছে সোমবাৰে ভিনাইল কাফেত তেওঁলোকৰ ‘এল্ডাৰলী হোম কেয়াৰ ইনিচিয়েটিভ’ শীৰ্ষক এক বিশেষ অনুষ্ঠান মুকলি কৰে৷ এই অনুষ্ঠান মুকলি কৰে জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে৷ অনুষ্ঠানটোত সন্মানীয় …