সোণতলীত আৱকাৰী বিভাগৰ অভিযানত ধ্বংস ভাংগছ
ফজলুৰ ৰহমান সোণতলী ১১ ডিচেম্বৰ দক্ষিণ কামৰূপৰ সোণতলীত আৱকাৰী বিভাগৰ অভিযান৷ দহ লক্ষাধীক টকাৰ ভাংগছ ধ্বংস৷ অঞ্চলটোৰ একাংশ লোক অবৈধ ভাং খেতিৰ লগত জড়িত। ভাং খেতিৰ বিৰুদ্ধে অৱকাৰী বিভাগৰ অভিযান অনাগত দিনত অব্যাহত থাকিব। সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত গৰৈমাৰী বিলৰজানত …