চাইল্ড লাইনৰ তৎপৰতাত কলগাছিয়াত পিতৃগৃহৰ পৰা উদ্ধাৰ ১৭ বছৰীয়া বিবাহিত কিশোৰী
কলগাছিয়া ২ ডিচেম্বৰ বৰপেটা চাইল্ড লাইনৰ তৎপৰতাত কলগাছিয়াত পিতৃগৃহৰ পৰা পুনৰ উদ্ধাৰ ১৭ বছৰীয়া বিবাহিত কিশোৰী। ৪ মাহ পূৰ্বে এগৰাকী বিবাহিত পুৰুষৰ সৈতে কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে বিয়া দিছিল কিশোৰী গৰাকীৰ। বাল্যবিবাহ এক সামাজিক ব্যাধি। বাল্যবিবাহ সামাজিক ব্যাধি হোৱা স্বত্তেও …