ৰঙিয়াত আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰিলে দৃষ্টি ৰাজখোৱা
ৰঙিয়া ১২ নৱেম্বৰ ৰঙিয়াত আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰিলে আলফা (স্বাধীন)ৰ নেতা দৃষ্টি ৰাজখোৱাসহ চাৰি কেডাৰ। বুধবাৰে মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰৰ দিলছেংৰে গাঁৱত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ আত্মসমৰ্পন কৰিছিল আলফা (স্বাধীন)ৰ ভাৰপ্ৰাপ্ত উপ-সেনা প্ৰধান দৃষ্টি ৰাজখোৱাসহ চাৰি আলফা (স্বাধীন)ৰ কেডাৰ। বৃহস্পতিবাৰে ৰঙিয়াস্থিত ৰেড …