এআইডিচিৰ উপাধ্যক্ষ, বিজেপি নেতা জিতু তালুকদাৰৰ পৰা আমাক ৰক্ষা কৰক, নহ’লে চৰকাৰে আমাক গুলিয়াই মাৰক
আজিজুল হক বৰপেটা ২৫ নৱেম্বৰ বিজেপি নেতা, মন্ত্ৰী, বিধায়কসকলে সৰ্বত্ৰ মুখত আওৰাই থকা সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস নীতিৰ শ্ল’গানৰ বিপৰীতে ৰাজ্যৰ ভিন্ন প্ৰান্তত একাংশ বিজেপি নেতাই দুখীয়া, সৰ্বসাধাৰণ লোকক দাবী ঢমকিৰে ধন ঘটাত জৰিত হৈ পৰাৰ অভিযোগ উত্থাপিত …