প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অধিক অৱনতি : সকলো চৰকাৰী কাৰ্যসূচী বাতিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটী ২৩ নৱেম্বৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন অৱস্থাত থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অধিক অৱনতি। সকলো চৰকাৰী কাৰ্যসূচী বাতিল কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বিশেষ বিমানযোগে ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কৰ’ণা ভাইৰাছত আক্রান্ত হৈ বিগত তিনি …