অখিল গগৈৰ চিত্ৰ অংকন কৰা চিত্ৰশিল্পী সকলক আটক : চৰকাৰক ধিক্কাৰ, অখিলৰ সমৰ্থনৰ পোষ্টৰে ভৰি পৰিছে সামাজিক মাধ্যম

গুৱাহাটী ১৯ নৱেম্বৰ অখিল গগৈৰ চিত্ৰ অংকন কৰা চিত্ৰশিল্পী সকলক আটক কৰিলে বশিষ্ঠ আৰক্ষীয়ে। কাৰাবন্দী অখিল গগৈৰ চিত্ৰও যেন এতিয়া চৰকাৰ তথা প্ৰশাসনৰ বাবে সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে। চৰকাৰে অখিল গগৈৰ চিত্ৰ দেখিও ভয় কৰিছে। বশিষ্ঠ আৰক্ষী ধিক্কাৰ। এতিয়া সামাজিক …

কৰিমগঞ্জৰ ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে আজিও মহিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ১৯ নৱেম্বৰ ত্ৰিপুৰাৰ দুই যুৱতীক কৰিমগঞ্জত দলবদ্ধ ধৰ্ষণৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদত। শিৱসাগৰ জিলা মহিলা কংগ্ৰেছ কমিটিয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ। বিজেপি চৰকাৰে মহিলাক সুৰক্ষা দিব নোৱাৰাৰ অভিযোগ শিৱসাগৰৰ মহিলা কংগ্ৰেছৰ। ত্ৰিপুৰাৰ দুই যুৱতীক কৰিমগঞ্জৰ …

বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ পতি-পত্নী

কুন্দন ভৰালী নগাঁও ১৯ নৱেম্বৰ নগাঁৱত আৰক্ষীৰ অভিযানত ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ। বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ পতি-পত্নী। নগাঁও সদৰ আৰক্ষীয়ে চহৰখনৰ খীষ্টানপট্টিৰ এ ডি পি ৰোডত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু সুৰা জব্দ কৰে। নগাঁও আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই …

বিদ্যালয়ৰ পকী দেৱালৰ শুভ উদ্ধোধন সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

কুন্দন ভৰালী নগাঁও ১৯ নৱেম্বৰ এখন অপ্ৰাদেশীকৃত বিদ্যালয়ৰ দেৱাল নিৰ্মাণৰ বাবে পুঁজি আগবঢ়াইছে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। নগাঁও চহৰৰ পৰা নাতিদূৰৈত থকা মৰঙিয়াল মধ্য ইংৰাজী বিদ্যালয়ত নিৰ্মাণ হোৱা পকী দেৱালৰ শুভ উদ্ধোধন কৰে সাংসদ প্ৰদ্যুৎ বৰদলয়ে। দীৰ্ঘদিন ধৰি …

শোৱা পাটী এৰি নিশা অপৰাধীক কৰায়ত্ব কৰিবলৈ ৰাজপথলৈ ওলাই আহিল জনতা

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ১৯ নৱেম্বৰ শিৱসাগৰৰ হাতীখোঁকত নিশা উত্তপ্ত পৰিস্থিতি৷ শোৱা পাটী এৰি নিশা অপৰাধীক কৰায়ত্ব কৰিবলৈ ৰাজপথলৈ ওলাই আহিল জনতা। স্থানীয় ৰাইজ আৰু গাঁওৰক্ষী বাহিনীৰ অভিযানত জালত পৰিল কূখ্যাত অপৰাধী ফাৰহান লস্কৰ। হানী ট্ৰেপিং, ধন …

মই যদি মেকুৰী, হিমন্ত বিশ্ব শৰ্মা এটা বান্ধৰ : হাগ্ৰামা মহিলাৰী

মীৰ জিয়াউৰ ৰহমান গোসাঁইগাঁও ১৮ নৱেম্বৰ এইবাৰ বিটিচিত বিজেপিয়ে এটা সমষ্টিও জিকিব নোৱাৰে। বিজেপিয়ে বিটিচিত সাম্প্ৰদায়িকতাৰ বীজ সিঁচি আছে। মই যদি মেকুৰী হয়, তেনেহলে হিমন্ত বিশ্ব শৰ্মা এটা বান্ধৰ। বান্ধৰৰ লেখীয়া হিমন্ত বিশ্ব শৰ্মা এটা দলৰ পৰা আনটো দললৈ বাগৰি …

বিপিএফৰ বহু বিধায়ক-নেতা বিজেপিলৈ যোৱাৰ প্ৰস্তুতি চলাইছে

নলবাৰী ১৮ নৱেম্বৰ বিপিএফৰ বহু বিধায়ক-নেতা বিজেপিলৈ যোৱাৰ প্ৰস্তুতি চলাইছে। ইমানুৱেল মুছাহাৰী আৰু বিশ্বজিৎ দৈমাৰীয়েই নহয় বিপিএফৰ বহু বিধায়ক-নেতাই বিজেপিত যোগদান কৰিবলৈ যোগাযোগ অব্যাহত ৰাখিছে বুলি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ মন্তব্য। বিটিচি পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে বিপিএফ দলৰ লগত দীৰ্ঘদিনীয়া …

তাই যাদুঘৰত হ’ব দৃশ্য-শ্ৰাব্য মাধ্যমৰে পৰ্যটকক আকৰ্ষণৰ ব্যৱস্থা

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ১৮ নৱেম্বৰ তাই যাদুঘৰত হ’ব দৃশ্য-শ্ৰাব্য মাধ্যমৰে পৰ্যটকক আকৰ্ষণৰ ব্যৱস্থা। তাই যাদুঘৰৰ উন্নয়নৰ বাবে এপষেকৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। শিৱসাগৰত উপস্থিত হৈ তাই যাদুঘৰ পৰিদৰ্শন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তাই যাদুঘৰ …

অতি শীগ্ৰেই “কা” বিৰোধী দুই ৰাজনৈতিক দল একত্ৰিত হোৱাৰ সম্ভাৱনা

কুন্দন ভৰালী নগাঁও ১৮ নৱেম্বৰ অতি শীগ্ৰেই “কা” বিৰোধী দুই ৰাজনৈতিক দল একত্ৰিত হোৱাৰ সম্ভাৱনা। ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একত্ৰিত হোৱাৰ সম্ভাৱনা। নগাঁৱত ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক সমিতিৰ কাৰ্যনিৰ্বাহক সভাত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একত্ৰিত হোৱাৰ …

“কা”ৰ বিৰোধিতা কৰি পুনৰ প্ৰতিবাদ

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ১৮ নৱেম্বৰ “কা”ৰ বিৰোধিতা কৰি পুনৰ আৰম্ভ হৈছে প্ৰতিবাদ। মহানগৰী গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত “কা” বিৰোধী সমন্বয় সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী। মহানগৰীৰ গুৱাহাটী ক্লাব আৰু শিৱসাগৰত “ক”‘ বিৰোধী সযন্বয় সমিতিৰ “কা”ৰ বিৰুদ্ধে ধৰ্ণা …