নগাঁৱত বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য : হত্যাৰ সন্দেহ পৰিয়ালৰ

কুন্দন ভৰালী নগাঁও ২৭ অক্টোবৰ বিজয়া দশমীৰ নিশা নগাঁও চহৰৰ মিলনপুৰত এগৰাকী বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। বোৱাৰী গৰাকীক ৰহস্যজনক মৃত্যু কেন্দ্ৰ কৰি পৰিয়ালৰ লোকে হত্যাকাণ্ডৰ সন্দেহ প্ৰকাশ কৰিছে। নিশাৰ ভাগত পতি-পত্নীৰ মাজত সংঘটিত হৈছিল কাজিয়াৰ। নগাঁও …

মাত্ৰ দুই কিলোমিটাৰ পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ

কলগাছিয়া ২৭ অক্টোবৰ কলগাছিয়াৰ ক্ষুদ্ৰকুছিত জৰাজীৰ্ণ ৰাজ্যিক ঘাইপথ অৱৰোধ আমছুৰ। মাত্ৰ দুই কিলোমিটাৰ পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদত বহিল আমছু। পথ অৱৰোধকাৰী আমছু কর্মীক আৰক্ষীৰ বাধা। মুখ্যমন্ত্ৰী লৈ স্মাৰকপত্ৰ প্ৰেৰণ। আমছুৰ কলগাছিয়া জিলা সমিতিয়ে মঙলবাৰে ক্ষুদ্ৰকুছিত ২ নং ৰাজ্যিক ঘাইপথ অৱৰোধ …

মাত্ৰ দুহেজাৰ টকা জৰিমনাৰ বিনিময়ত মুকলি কৰি দিয়া হ’ল হাতে হাতে অস্ত্ৰ লৈ মটৰ চাইকেল ৰেলি উলিওৱা যুৱক সকলক

তিনিচুকীয়া ২৭ অক্টোবৰ মাত্ৰ দুহেজাৰ টকা জৰিমনাৰ বিনিময়ত মুকলি কৰি দিয়া হ’ল হাতে হাতে অস্ত্ৰ লৈ মটৰ চাইকেল ৰেলি উলিওৱা যুৱক সকলক। তিনিচুকীয়া আৰক্ষীয়ে ৰুজু নকৰিলে কোনো গোচৰ। ৰাজ্যজুৰি প্ৰতিক্ৰিয়া, বজৰং দলৰ হ’লেই সাত খুন মাফ নেকি! বজৰং দলৰ সদস্যৰ …

সোণতলী আঞ্চলিক মহাবিদ্যালয়ত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ফজলুৰ ৰহমান সোণতলী ২৭ অক্টোবৰ দক্ষিণ কামৰূপৰ বৃহত্তৰ সোণতলীৰ উচ্চ শিক্ষাৰ কেন্দ্ৰ সোণতলী আঞ্চলিক মহাবিদ্যালয়ত ব্যাপক দুৰ্নীতি৷ দুৰ্নীতিৰ সদাগৰ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° আবুল কালাম আজাদ৷ দুৰ্নীতিৰ সদাগৰ ড° আবুল কালাম আজাদৰ বিৰুদ্ধে মহাবিদ্যালয়খনৰ জিবিৰ সভাপতি নুৰুল আমিন ভূঞা আৰু অধ্যাপক …

হাতে হাতে দা-চোকা অস্ত্ৰ-তৰোৱাল লৈ ৰাজপথত এদল যুৱকৰ তাণ্ডৱ

তিনিচুকীয়া ২৬ অক্টোবৰ বিজয়া দশমীৰ দিনাই তিনিচুকীয়াৰ ৰাজপথত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। হাতে হাতে দা-চোকা অস্ত্ৰ-তৰোৱাল লৈ ৰাজপথত তাণ্ডৱ চলালে এদল যুৱকে। আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপ। খেদি খেদি আটক কৰিলে দলটোৰ কেইবাজনো সদস্যক। বিজয়া দশমী উপলক্ষে বজৰং দলে উলিয়াইছিল মটৰ …

বৰপেটাত ভাৰতীয় সেনাৰ প্ৰশংসনীয় পদক্ষেপ

বৰপেটা ২৬ অক্টোবৰ বৰপেটাত ভাৰতীয় সেনাৰ প্ৰশংসনীয় পদক্ষেপ। খাৱৈত পৰা এখন চাৰিচকীয়া বাহন খাৱৈৰ পৰা তুলি আনে জোৱীনসকলে৷ বাহনখনত থকা চাৰি গৰাকীকৈ আৰোহী সৌভাগ্যক্ৰমে ৰক্ষা পৰে। বৰপেটাত ভাৰতীয় সেনাৰ এক প্ৰশংসনীয় পদক্ষেপৰ সকলোৱে শলাগ লৈছে। বিজয় দশমীৰ দিনাই বৰপেটাৰ গণককুছিত …

কুখ্যাত ড্ৰাগছ ব্যৱসায়ী জুৰীয়া আৰক্ষীৰ জালত

মুস্তাক আহমেদ জুৰীয়া ২৬ অক্টোবৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী জুৰীয়া আৰক্ষীৰ জালত। জুৰীয়া আৰক্ষীৰ অভিযানত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী নুৰুল ইছলাম আটক। দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত আছিল নুৰুল ইছলাম। নগাঁও জিলাৰ জুৰীয়া আৰক্ষীয়ে এক বিশেষ অভিযান চলাই এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ী আটক …

মুকালমুৱাৰ ৰামপুৰত বিধ্বংসী অগ্নিকাণ্ড

আজিজ আলী নলবাৰী ২৬ অক্টোবৰ মুকালমুৱাৰ ৰামপুৰত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত জুইত জাহ গ’ল চাৰিখনকৈ দোকানসহ কেইবালাখ টকাৰ সম্পত্তি। অগ্নিকাণ্ডস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী বহু পলমকৈ উপস্থিত হোৱাৰ অভিযোগ। দশমীৰ আনন্দৰ মাজতে নলবাৰী জিলাৰ বাৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত মুকালমুৱাৰ ৰামপুৰত সংঘটিত …

উৰাও সকলৰ জনজাতিকৰণ প্ৰক্ৰিয়াত বাধা দিয়া সংগঠনৰ বিৰুদ্ধে সদৌ কুড়ুখ ছাত্ৰ সন্থা : জনজাতিকৰণ আমাৰ জন্মগত অধিকাৰ

মীৰ জিয়াউৰ ৰহমান গোসাইগাঁও ২৬ অক্টোবৰ অসমত বসবাস কৰা উৰাও সম্প্ৰদায়ৰ লোকসকলৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া আগন্তুক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সম্পন্ন কৰাৰ দাবী জনোৱাৰ লগতে উক্ত জনজাতিকৰণ প্ৰক্ৰিয়াত একাংশ আদিবাসী সংগঠনে বিৰোধিতা কৰাত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদৌ কুড়ুখ ছাত্ৰ সন্থাই। …

চাহ বাগানৰ শিক্ষাৰ্থীসকলৰ বাবে আজমল চুপাৰ ৪০ ত ৫০ শতাংশ ৰেহাই দিয়াৰ ঘোষনা বদৰুদ্দিন আজমলৰ

ছাহিদুল আলম ডবকা ২৬ অক্টোবৰ চাহ বাগানৰ শিক্ষাৰ্থীসকলৰ বাবে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ বৃহৎ ঘোষণা। চাহ বাগানৰ শিক্ষাৰ্থীসকলক চিকিৎসক-ইঞ্জিনিয়াৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য আজমল ফাউণ্ডেচনৰ৷ চাহ বাগানৰ শিক্ষাৰ্থীসকলৰ বাবে আজমল চুপাৰ ৪০ ত আসন সংৰক্ষিত ৰখা হ’ব৷ অ বি চি, …