নিজৰ বিৰুদ্ধে উথাপিত হোৱা দুৰ্নীতিৰ তদন্ত নিজেই বিচাৰিলে পঞ্চায়তৰ সভানেত্ৰীয়ে
অলি উল্লাহ খান লাহৰীঘাট ২১ অক্টোবৰ মৰিগাঁও জিলাৰ লাহৰীঘাটৰ নগাবন্ধা পঞ্চায়তত প্ৰতিবাদ। পঞ্চায়তটোত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্তৰ দাবী কৰিলে স্বয়ং সভানেত্ৰীয়ে। নিজৰ বিৰুদ্ধে উথাপিত হোৱা দুৰ্নীতিৰ তদন্ত নিজেই বিচাৰিলে সভানেত্ৰীয়ে। মৰিগাঁও জিলাৰ লাহৰীঘাটৰ নগাবন্ধা পঞ্চায়তৰ সভানেত্ৰী গৰাকীয়ে পঞ্চায়টোত সংঘটিত হোৱা …