বিভেদগামী সকলৰ প্ৰৰোচনাত পৰি বিধায়ক শ্বেৰমান আলীয়ে মিঞা সংগ্ৰহালয়ৰ কথা কৈছে
মুস্তাক আহমেদ জুৰীয়া ২৮ অক্টোবৰ বিভেদগামী সকলৰ প্ৰৰোচনাত পৰি বিধায়ক শ্বেৰমান আলীয়ে মিঞা সংগ্ৰহালয়ৰ কথা কৈছে। মিঞা সংগ্ৰহালয় সন্দৰ্ভত বিষ্ফোৰণ ৰাইজৰ দলৰ নগাঁও জিলা সমন্বয়ক ইক্ৰামুল মজিদৰ।শংকৰ-আজানৰ দেশ বৰ্তমান এটা শ্ল’গানত পৰিণত হৈছে। একাংশ ৰাজনৈতিক দলৰ নেতাই মুখেৰে শংকৰ-আজানৰ দেশৰ …