চৰকাৰে নিজৰ বিফলতা সমূহ লুকুৱাবলৈ সত্যৰঞ্জন বৰাক মুকলিভাৱে এৰি দিয়াৰ সন্দেহ সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ
গুৱাহাটী ১৯ ছেপ্টেম্বৰ এটাৰ পিছত আনটো গোচৰ কিন্তু অসম আৰক্ষীয়ে নোৱাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ। সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সন্দেহ, চৰকাৰে নিজৰ বিফলতা সমূহ লুকুৱাবলৈ সত্যৰঞ্জন বৰাক মুকলিভাৱে এৰি দিছে। বিগত কিছুদিন ধৰি হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই ইছলাম …