হয়বৰগাঁও আৰক্ষীৰ জালত দুই গভাইত চোৰ
কুন্দন ভৰালী নগাঁও ৩০ জুলাই হয়বৰগাঁও আৰক্ষী জালত পৰিল দুই গভাইত চোৰ। চোৰ দুটাৰ কবলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে সোণৰ গহনা, লেপটপৰ লগতে মোবাইল ফোন। এজাহাৰ দাখিলৰ ২৪ ঘণ্টাৰ ভিতৰত চোৰক আটক কৰিবলৈ সক্ষম হয়বৰগাঁও আৰক্ষী। বুধবাৰে নগাঁও চহৰৰ মাজমজিয়াৰ …