কেনে আছে গোৱালপাৰাৰ বান পৰিস্থিতি ?
গোৱালপাৰা ২ জুলাই উজনিৰ পৰা নামনিলৈকে বানৰ তাণ্ডৱ। ৰাজ্যৰ কেইবাখনো জিলাৰ ৰাইজ বৰ্তমানেও ককবকাই আছে বাঢ়নী পানীত। গোৱালপাৰা জিলাতো অপৰিবৰ্তিত অৱস্থাত আছে বান পৰিস্থিতি। বানাক্ৰান্তৰ মাজত হাহাকাৰ, কুম্ভকুৰ্ণ নিদ্ৰাত চৰকাৰ, বিধায়ক কিম্বা জিলা প্ৰশাসন। ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত …