কামৰূপ জিলাৰ সোণতলীত জি কে এছ প্ৰেছ ক্লাবৰ নৱ-গঠিত সমিতিৰ শপত গ্ৰহণ

গৰৈমাৰীৰ পৰা আনোৱাৰ হুছেইন, সংবাদ ৩৬৫, ২০ জুন : শনিবাৰে কামৰূপ জিলাৰ সোণতলীত জি কে এছ প্ৰেছ ক্লাবৰ নৱ-গঠিত সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।দক্ষিণ কামৰূপৰ গৰৈমাৰী-কালাতলী-সোণতলী প্ৰেছ ক্লাবৰ নৱ-গঠিত সমিতিখনৰ শপত বাক্য পাঠ কৰোৱা হয় শপত গ্ৰহণ অনুষ্ঠানত। …

কৰ’ণা ভাইৰাছ সম্পৰ্কত বাটৰুৱাৰ মাজত সজাগতা সৃষ্টি আৰু মাক্স বিতৰন নগাঁৱৰ উপায়ুক্তৰ

নগাঁৱৰ পৰা কুন্দন ভৰালী, সংবাদ ৩৬৫, ২০ জুন : কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ ব্যতিক্ৰমী প্ৰয়াস চলালে নগাঁও জিলা উপায়ূক্ত যাদৱ শইকীয়াই। বাটৰুৱাৰ মাজত কৰ’ণা ভাইৰাছ সম্পৰ্কত সজাগতা সৃষ্টি লগতে মাক্স বিতৰন কৰিলে নগাঁৱৰ উপায়ুক্ত। সজাগতা অনুষ্ঠানত উপায়ুক্ত গৰাকীক সম্পূৰ্ণ …

বৰহাট শাখা সাহিত্য সভা আৰু কল্পদ্ৰুম কবি চক্ৰৰ উদ্যোগত বিষ্ণু ৰাভা স্মৃতি দিৱস উদযাপন

চৰাইদেউৰ পৰা সুৰেণ বুঢ়াগোঁ‌হাই, সংবাদ ৩৬৫, ২০ জুন : কৰ’ণা ভাইৰাছৰ ত্ৰাসৰ মাজতে ৰাজ্যবাসীয়ে পালন কৰিলে ৰাভা দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ বৰহাট শাখা সাহিত্য সভা আৰু কল্পদ্ৰুম কবি চক্ৰৰ উদ্যোগত ৰাভা দিৱস পালন কৰা হয়। গণশিল্পী বিষ্ণু …

আশাৰীকান্দিৰ মৃৎ শিল্পী সকলকৰ মাজত হাহাকাৰ

গৌৰীপুৰৰ পৰা আনিছুৰ আলী, সংবাদ ৩৬৫, ১৯ জুন : সমগ্ৰ বিশ্বতে মৃৎ শিল্পৰ বাবে বিখ্যাত ধুবুৰী জিলাৰ গৌৰীপুৰৰ অন্তৰ্গত আশাৰীকান্দি গাঁও। অসমৰ কুটীৰ উদ্যোগৰ লগতে পৰ্যটন উদ্যোগত আশাৰীকান্দি গাঁৱৰ আছে এক গুৰুত্বপূৰ্ণ ভূমিকা। দেশ-বিদেশত অসমৰ মৃৎ শিল্পীক চিনাকি কৰাই দিয়া …

ওদালগুৰিত কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১২১ জনলৈ বৃদ্ধি

ৰৌতাৰ পৰা মহেন্দ্ৰ ভেটুৱাল, সংবাদ ৩৬৫, ১৮ জুন : ওদালগুৰি জিলাত ধাৰাবাহিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। জিলাখনৰ ৰৌতা কলেজ কোৱাৰেইণ্টাইন কেন্দ্ৰত বৃহস্পতিবাৰে নতুনকৈ ৩ জন লোকৰ শৰীৰত ধৰা পৰিল কৰ’ণা ভাইৰাছৰ উপস্থিতি। নতুনকৈ ৩ জন লোকৰ …

লাওখোৱা অভয়াৰণ্যত চোৰাং মাছ মৰীয়াৰ বিৰুদ্ধে বন বিভাগৰ অভিযান

জুৰীয়াৰ পৰা শিবেন্দু বৰা, সংবাদ ৩৬৫, ১৭ জুন : লাওখোৱা অভয়াৰণ্যত চোৰাং মাছ মৰীয়াৰ বিৰুদ্ধে বন বিভাগৰ অভিযান। বন বিভাগে অভিযান কালত ২০খনৰো অধিক চোৰাং মাছ মৰীয়াৰ নাওঁ নষ্ট কৰাৰ লগতে জব্দ কৰে বহু সংখ্যক মাছ মৰা জাল। নগাঁও জিলাৰ …

বাঘজানৰ আশ্ৰয় শিবিৰত ‘আজমল ফাউণ্ডেশ্যন’ৰ সাহায্য প্ৰদান

তিনিচুকীয়াৰ পৰা প্ৰশান্ত সাহা, সংবাদ ৩৬৫, ১৬ জুন : বাঘজান তৈল খাদ্ত সংঘটিত হোৱা ভয়াবহ অগ্নিকাণ্ডৰ ফলত ঘৰ এৰি আশ্ৰয় শিবিৰত থাকিবলৈ বাধ্য হোৱা লোক সকলৰ কাষত থিয় দিলে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ তথা এ আই ইউ ডি এফ প্ৰধান …

পৰ্বতঝোৰাত ইউ পি পি এল দলৰ খহনীয়া

কোকৰাঝাৰৰ পৰা মামুন আলী, সংবাদ ৩৬৫, ১৬ জুন : কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা ইউ পি পি এল দলৰ জিলা সভাপতি উত্তম হাজয়াৰীৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ শান্তিপূৰ অঞ্চলৰ পাঁচ শতাধিক দলীয় কৰ্মী। দল ত্যাগ কৰি নিৰ্দলীয় প্ৰাৰ্থীক বি টি চি পৰিষদীয় …

২০০৪ চনৰ আগষ্ট মাহৰ ভিত্তিত বৰ্তমানৰ পেট্ৰ’ল, ডিজেলৰ মূল্য নিৰ্ধাৰণ কৰাৰ দাবী অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ

গুৱাহাটী, সংবাদ ৩৬৫, ১৫ জুন : অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ দাবী ২০০৪ চনৰ আগষ্ট মাহৰ ভিত্তিত বৰ্তমানৰ পেট্ৰ’ল, ডিজেলৰ মূল্য নিৰ্ধাৰণ কৰাৰ। ২০০৪ চনৰ আগষ্ট মাহত আন্তঃৰ্জাতিক বজাৰত প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য আছিল ৪০ ডলাৰ আৰু …

বি টি চিত হ’বলগীয়া পৰিষদীয় নিৰ্বাচন পূৰ্বে চিৰাংত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ

চিৰাং, সংবাদ ৩৬৫, ১৫ জুন : চিৰাংত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। বি টি চিত হ’বলগীয়া পৰিষদীয় নিৰ্বাচন পূৰ্বে চিৰাং জিলাত গভীৰ অৰণ্যৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। মাটিত পুতি থোৱা এই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হৈছে সেনা বাহিনী, অসম আৰক্ষী, …