পাগলা নদীৰ দলং ভাঙি নদীত পৰিল ট্রেক্টৰ
মাজবাটৰ পৰা যতীন নাথ, সংবাদ ৩৬৫, ৯ জুন : ওদালগুৰি জিলাৰ ৩৯ নং পাচনৈ চেৰফাং বিটিচি পৰিষদীয় আৰু ৭০ নং মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ফুলগুৰি ভিচিডিচিৰ পাগলা নদীৰ ওপৰৰ থকা কাঠৰ দলং ভাঙি মঙলবাৰে এখন টেক্টৰ নদীত পৰে। স্থানীয় ৰাইজে …