কেঁকোৰা ধৰিবলৈ গৈ যুৱকৰ সলিল সমাধি
চামগুৰিৰ পৰা নৱজ্যোতি বৰুৱা, সংবাদ ৩৬৫, ৫ জুন : নগাঁও জিলাৰ চামগুৰি থানাৰ অন্তৰ্গত হগ্ৰাপুলিত সংঘটিত হৈছে এজ শোকাৱহ ঘটনা। বন্ধুৰ লগত পুখুৰীত কেঁকোৰা ধৰিবলৈ যোৱা এজন যুৱকৰ পানীত পৰি মৃত্যু। এছ ডি আৰ এফ বাহিনীৰ লোকৰ পুখুৰীৰ পৰা উদ্ধাৰ …