ব্ৰহ্মপুত্ৰত মাছ মাৰিব গৈ এজন যুৱকৰ সলিল সমাধি ঘটিল

বঙাইগাঁও, সংবাদ ৩৬৫, ৯ মে’ : বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ কচুদোলাত অঘটন৷ ব্ৰহ্মপুত্ৰত মাছ মাৰিব গৈ এজন যুৱকৰ সলিল সমাধি ঘটে৷ তিনি বন্ধুৰসৈতে সনত দাস নামৰ যুৱকজন মাছ মাৰি থকাৰ সময়ত পানীত পৰি মৃত্যু৷ দেশজুৰি লক ডাউন চলি থকাৰ মাজতে শনিবাৰে …

ৰাজ্যত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৫৬ লৈ বৃদ্ধি

গুৱাহাটী, সংবাদ ৩৬৫, ৮ মে’ : ৰাজ্যত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৫৬ লৈ বৃদ্ধি পালে। বৃহস্পতিবাৰে নিশা ৰাজ্যত ৮ জনকৈ লোকৰ শৰীৰত কৰ’ণা ভাইৰাছৰ উঅস্থিতি ধৰা পৰাৰ পিছত শুকুৰবাৰে দুপৰীয়াৰ ভাগত নতুনকৈ ৩ জন লোকৰ শৰীৰত ধৰা পৰিছে মাৰাত্মক …

বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰিলে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, সংবাদ ৩৬৫, ৮ মে’ : মহানগৰীৰ বিৰুৱাৰীস্থিত বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰিলে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৃহস্পতিবাৰে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত ঠিকা ভিত্তিত কৰ্মৰত এগৰাকী চাফাই কৰ্মীৰ নাতিনিয়েক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হৈ …

ৰাজ্যত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৫৩

গুৱাহাটী, সংবাদ ৩৬৫, ৭ মে’ : ৰাজ্যত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৫৩ লৈ বৃদ্ধি পালে। বৃহস্পতিবাৰে নিশা ৰাজ্যত ৮ জনকৈ লোকৰ শৰীৰত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উঅস্থিতি। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগ সদৰি কৰিলে ৮ জনকৈ লোক কৰ’ণা …

লক ডাউনৰ মাজতে বন্ধ কোঠাত উদ্ধাৰ এহাল দাম্পত্তিৰ মৃতদেহ

গুৱাহাটী, সংবাদ ৩৬৫, ৭ মে’ : লক ডাউনৰ মাজতে মহানগৰী গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰৰ সমীপৰ ডেকাপাৰাত বন্ধ কোঠাত উদ্ধাৰ এহাল দাম্পত্তিৰ মৃতদেহ।ডেকাপাৰাত ভাৰাতীয়া হিচাপে থকা শিৱসাগৰ জিলাৰ চাবুৱাৰ দাম্পত্তিহাল আত্মহত্যা কৰাৰ সন্দেহ। সমগ্ৰ বিশ্বৰ লগতে ভাৰততো কৰ’ণা ভাইৰাছৰ আতংকত অব্যাহত …

মঙলবাৰে দুজনৰ পিছত বুধবাৰে পুনৰ ৰাজ্যত এজন আক্রান্ত কভিড-১৯ কৰ’ণা ভাইৰাছত

গুৱাহাটী, সংবাদ ৩৬৫, ৬ মে’ : মঙলবাৰে ৰাজ্যত দুজন লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছ ধৰা পৰাৰ পিছত বুধবাৰে পুনৰ এজন লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। কাছাৰ জিলাত এজন লোক কভিড-১৯ কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্রান্ত হোৱা বুলি ৰাজ্যৰ …

আশাদ্বীপ কেন্দ্ৰত উপস্থিত বিধায়ক ৰেকিবুদ্দিন আহমেদ

ছয়গাঁও, সংবাদ ৩৬৫, ৬ মে’ : কামৰূপ জিলাৰ ছয়গাঁৱৰ বনগাঁৱত অৱস্থিত আশাদ্বীপ নামৰ মানসিক বিকাৰগ্ৰস্ত অঘৰী লোকৰ পূৰ্ণবাস কেন্দ্ৰত উপস্থিত ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ। কেন্দ্ৰটোত থকা লোক সকলৰ মাজত বিভিন্ন ধৰণৰ ফল মূল, গাখীৰ, খোৱা পানীৰ লগতে কৰ’ণা মহামাৰীৰ …

জি এম ডি এৰ অনুমতি অবিহনে দুলাল বৰাই নিৰ্মাণ কৰা অট্টালিকা ভাঙিলে প্ৰশাসনে

গুৱাহাটী, সংবাদ ৩৬৫, ৬ মে’ : আৰ টি আই কৰ্মী দুলাল বৰাৰ ৰুক্মিণীগাঁৱৰ তিনিমহলীয়া অট্টালিকাত পৰিল প্ৰশাসনৰ হাতোৰা। জি এম ডি এৰ পৰা কোনো ধৰণৰ অনুমতি নোলোৱাকৈ দুলাল বৰাই ৰুক্মিণীগাঁৱত নিৰ্মাণ কৰিছিল তিনিমহলীয়া অট্টালিকা। আদালতৰ নিৰ্দেশা অনুসৰি কামৰূপ জিলা প্ৰশাসনে …

গোৱালপাৰাৰ পিছত কোকৰাঝাৰ

গুৱাহাটী, সংবাদ ৩৬৫, ৫ মে’ : মঙলবাৰে ৰাজ্যত পুনৰ দুজন লোকৰ শৰীৰত ধৰা পৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছ। সন্ধিয়াৰ গোৱালপাৰা জিলাৰ এজন লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা বুলি নিজৰ টুইট যোগে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰাৰ পিছত নিশাৰ …

গোৱালপাৰাত আৰু এজন আক্রান্ত কবিড-১৯ কৰ’ণা ভাইৰাছত

গুৱাহাটী, সংবাদ ৩৬৫, ৫ মে’ : ৰাজ্যত পুনৰ এজন লোকৰ শৰীৰত ধৰা পৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছ। গোৱালপাৰা জিলাৰ এজন লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা বুলি নিজৰ টুইট যোগে সদৰি কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আক্রান্ত লোকজন কন্টেইনমেন্ট জ’নত …