ছেমছাঙৰ দোকানত মাছ-মাংস বিক্ৰী : প্ৰশাসনে ছীল কৰিলে দোকান
গুৱাহাটী, সংবাদ ৩৬৫, ২০ এপ্ৰিল : প্ৰশাসনে অনুমতি প্ৰদান কৰিছিল পাচলি বিক্ৰীৰ কিন্তু মাছ-মাংস বিক্ৰী কৰাৰ বাবে প্ৰশাসনে ছীল কৰিলে মহানগৰীৰ এখন দোকান। ৰাজধানী মছজিদৰ সমীপত থকা ছেমছাঙ ডিলাৰৰ দোকান এখনত মাছ-মাংস বিক্ৰী কৰাৰ অপৰাধত প্ৰশাসনে ছীল কৰিলে। কভিড-১৯ কৰ’ণা …