বৃহস্পতিবাৰে ৰাজ্যসভাৰ সাংসদ ৰূপে শপত গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ৰঞ্জন গগৈয়ে

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৯ মাৰ্চ: ৰাজ্যসভাৰ সাংসদ ৰূপে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে মনোনয়ন কৰিছিল উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধী শৰঞ্জন গগৈৰ নাম। সেই উদ্দেশ্যে আগত ৰাখি বৃহস্পতিবাৰে ৰাজ্যসভাৰ সাংসদৰূপে শপত বাক্য পাঠ কৰে উচ্চতম ন্যায়কয়ৰ প্ৰাক্তন ন্যায়াধীশ ৰঞ্জন গগৈয়ে। ২০১৯ চনৰ …

কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ ৩১ মাৰ্চলৈ বন্ধ কৰি দিয়া হ’ল জনতা ভৱন : যান বাহনৰ বাবে দিয়া প্ৰৱেশ পত্ৰও বন্ধ কৰি দিয়া হ’ল ৩১ মাৰ্চলৈ

গুৱাহাটী, সংবাদ ৩৬৫, ১৮ মাৰ্চ: কৰ’ণা ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে ইতিমেধ্যে শিক্ষানুষ্ঠান, জিম, ছুইমিংপুল, অসম ৰাজ্যিক চিৰিয়খানা, পার্কৰ লগতে গণসমাৱেশ হোৱা প্ৰতিটো স্থান বন্ধ কৰিছে। এইবাৰ জনতা ভৱনত প্ৰবেশো বন্ধ কৰি দিলে সচিবালয় প্ৰশাসনে৷ মঙলবাৰৰ চৰকাৰে এক …

ভাৰতত মহামাৰী কৰ’ণাত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে ৩ জনলৈ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৭ মাৰ্চ: সমগ্ৰ বিশ্বজুৰি মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা ভাৰতবৰ্ষটো বৃদ্ধি পাইছে। বৰ্তমানলৈকে ভাৰতবৰ্ষত ১২৫ জনলৈ বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা। ইয়াৰ লগতে মঙলবাৰে মুম্বাইৰ কস্তুৰবা চিকিৎসালয়ত এগৰাকী ৬৪ বছৰীয়া লোকৰ …

জনপ্ৰিয় মাল্টি ডিজাইনাৰ ষ্ট’ৰ হোৱাইট মগ্ৰাৰ প্ৰথম বৰ্ষপূতি অনুষ্ঠানৰ আয়োজন গ্ৰাহকৰ বাবে আছে বিশেষ ৰেহাই ব্যৱস্থা

গুৱাহাটী, সংবাদ ৩৬৫, ১৭ মাৰ্চ: মহিলাসকলৰ সাজ-পাৰ যোগানত ধৰাত বিশেষভাৱে জনপ্ৰিয়তা অৰ্জন কৰা মাল্টি ডিজাইনাৰ হোৱাইট মগ্ৰাই ২০২০ বৰ্ষৰ মাৰ্চ মাহত এটা বছৰ সম্পূৰ্ণ সফলতাৰে অতিক্ৰম কৰে আৰু সেই উপলক্ষে ১৫ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ তিনিদিনীয়াকৈ বৰ্ষপূতি অনুষ্ঠানৰ আয়োজন কৰে …

মধ্যপ্ৰদেশত আস্থা ভোটৰ দাবী বিচাৰি উচ্চতম ন্যায়ালয়ৰ ওচৰ চাপিল বিজেপি : মঙলবাৰে হ’ব শুনানি 

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৬ মাৰ্চ : প্ৰাক্তন কংগ্ৰেছী নেতা জ্যোতিৰাদিত্য সিন্ধিয়াৰ বিজেপি গমনৰ পিছতে বিপদত পৰিছে মধ্যপ্ৰদেশৰ কংগ্ৰেছ চৰকাৰক।সোমবাৰে মধ্যপ্ৰদেশৰ বিধানসভা বাজেট অধিবেশন আৰম্ভ হয় যদিও কৰ’ণা ভাইৰাছৰ লগতে সদনত হোৱা বিতৰ্কৰ প্ৰতি লক্ষ্য ৰাখি অধ্যক্ষই অহা ২৬ মাৰ্চ …

১১০লৈ বৃদ্ধি পাইছে ভাৰতবৰ্ষত কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা লোকৰ সংখ্যা : ৩৮৯গৰাকী ভাৰতীয় উভতি আহিল ইৰাণৰ পৰা

গুৱাহাটী, সংবাদ ৩৬৫, ১৬ মাৰ্চ: সমগ্ৰ বিশ্বৰ লগতে ভাৰততো দিনক দিনে বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰি কৰা তথ্য অনুসৰি উত্তৰাখণ্ডৰ লগতে মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশত এজনকৈ লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাটো নিশ্চিত হোৱাৰ লগতে …

শিক্ষা অনুষ্ঠান, ছবিগৃহ বন্ধৰ ঘোষণা ৰাজ্য চৰকাৰৰ

গুৱাহাটী, সংবাদ ৩৬৫, ১৫ মাৰ্চ : কৰ’ণা ভাইৰাছৰ আতংক, ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অহা ২৯ মাৰ্চ পৰ্যন্ত সকলো শিক্ষা অনুষ্ঠান আৰু ছবিগৃহ বন্ধ ৰখাৰ ঘোষণা স্বাস্থ্য বিভাগৰ। অৱশ্যে চি বি এছ চি পৰীক্ষাৰ প্ৰতি লক্ষ্য …

৩ টকাকৈ বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য

গুৱাহাটী, সংবাদ ৩৬৫, ১৪ মাৰ্চ: পৰিবৰ্তনৰ শ্লোগানেৰে শাসনলৈ অহা বিজেপি চৰকাৰে পুনৰ জনসাধাৰণৰ আগত দাঙি ধৰিলে পৰিবৰ্তনৰ ফোঁপোলা ৰূপ। দেশত পুনৰ বৃদ্ধি পাব পেট্ৰ’ল–ডিজেলৰ মূল্য। কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ ক্ষেত্ৰত লগোৱা আবকাৰী শুল্ক বৃদ্ধি কৰাৰ জাননী জাৰি কৰিছে। চৰকাৰৰ …

চৰকাৰৰ বাধাক প্ৰত্যাহ্বান জনাই এছ এফ আইয়ে গুৱাহাটীত অনুষ্ঠিত কৰিব বৃহৎ ছাত্ৰ সমাবেশ

গুৱাহাটী, সংবাদ ৩৬৫, ১৩মাৰ্চ : এছ এফ আই অসম ৰাজ্যিক কমিটিয়ে অহা ১৮ মাৰ্চত “কা” বাতিলৰ লগতে ৰাজহুৱা শিক্ষাখণ্ড ৰক্ষাৰ দাবীত গুৱাহাটী ৰটাৰী ক্লাবত এক ছাত্ৰ সমাবেশ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সমাবেশত উপস্থিত থাকিব এছ এফ আইৰ সৰ্বভাৰতীয় …

দর্শকবিহীন ষ্টেডিয়ামত ভাৰতীয় দলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব ক্ৰিকেট মেচ

গুৱাহাটী, সংবাদ ৩৬৫, ১৩ মাৰ্চ : দর্শকবিহীন ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাই খেলিব এদিনীয় ক্ৰিকেট মেচ। উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌ আৰু পশ্চিম বংগৰ কলকাতাত দর্শকবিহীন ষ্টেডিয়ামত দুখনকৈ এদিনীয়া ক্ৰিকেট মেচত অৱতীৰ্ণ হ’ব দল দুটা। বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ’ণা ভাইৰাছৰ …