বিজেপিত যোগদানৰ পিছতো সংকটৰ গৰাহত সিন্ধিয়া

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৩ মাৰ্চ: কিছুদিন পূৰ্বে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰি দেশৰ লগতে মধ্যপ্ৰদেশৰ ৰাজনীতিত তোলপাৰৰ সৃষ্টি কৰা মধ্যপ্ৰদেশৰ নেতা জ্যোতিৰাদিত্য সিন্ধিয়া সংকটৰ গৰাহত। ভূমি কেলেংকাৰীৰ গোচৰ জ্যোতিৰাদিত্য সিন্ধিয়া বিৰুদ্ধে। কিছুদিন পূৰ্বেই দলবাগৰি বিজেপিত যোগদান কৰা জ্যোতিৰাদিত্য সিন্ধিয়াৰ …

কৰ’ণা ভাইৰাছৰ কবলত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুড’ৰ পত্নী : আক্ৰান্ত হ’ল স্পেইনৰ মন্ত্ৰীও

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৩ মাৰ্চ: সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কৰ’ণা ভাইৰাছৰ কবলত কানাডাৰ প্রধানমন্ত্ৰী জাষ্টিন ট্ৰুড’ৰ পত্নী ছফি গ্ৰেগয়াৰ ট্ৰুড।প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এক বিবৃতিযোগে জনাই এই কথা।মাৰাত্মক ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছতেই আইছ’লেচন ৱাৰ্ডত ৰাখি চিকিত্‍সা প্ৰদান কৰা হৈছে জাষ্টিন …

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ গৌৰৱ ছোমানীক সৰ্বভাৰতীয় প্ৰফেচনেলচ্ কংগ্ৰেছ, অসম প্ৰদেশৰ সভাপতি নিযুক্তি

গুৱাহাটী, সংবাদ ৩৬৫, ১২ মাৰ্চ : নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ অন্যতম বিভাগ সৰ্বভাৰতীয় প্ৰফেচনেলচ্ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি তথা সাংসদ শশী থাৰুৰ ডাঙৰীয়াই শেহতীয়াকৈ প্ৰফেচনেলচ্ কংগ্ৰেছ, অসম প্ৰদেশৰ ৰাজ্যিক কমিটীখনক অনুমোদন দিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ তথা যুৱ নেতা গৌৰৱ …

নগাঁৱত বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য উদ্ধাৰ

নগাঁও, সংবাদ ৩৬৫, ১২ মাৰ্চ : নগাঁৱৰ বৰভেটিত ব্ৰাউন ছুগাৰ, হেৰইনৰ লগতে বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য উদ্ধাৰ। নগাঁও চহৰ আৰক্ষী শাখাৰ উপ পৰিদৰ্শক কুণ্ডণ ৰবি দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে বৰভেটি তিনিআলিৰ সমীপৰ মজিবুৰ ৰহমান নামৰ এজন লোকৰ ঘৰৰ …

ৰাজ্যসভাৰ তৃতীয়খন আসন দখলৰ সম্পূৰ্ণ প্ৰয়াস বিজেপিৰ

গুৱাহাটী, সংবাদ ৩৬৫, ১২ মাৰ্চ: ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে সাজু হৈছে শাসকীয়া পক্ষ।বিশেষ সূত্ৰই জনোৱা তথ্য লগতে মিত্ৰজোঁটৰ দাবী অনুসৰি শুকুৰবাৰে বিজেপিৰ তৃতীয়জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। অহা ২৬ মাৰ্চত ৰাজ্যসভাৰ তিনিটা আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন। …

গুৱাহাটী প্ৰেছ ক্লাৱত পুৱা ৮ বজাৰ পৰা আৰম্ভ ভোটদান প্ৰক্ৰিয়া

গুৱাহাটী, সংবাদ ৩৬৫, ১২ মাৰ্চ: সুদীৰ্ঘ ১৭বছৰৰ বিৰতিৰ পিছত বৃহস্পতিবাৰে অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ নিৰ্বাচন। পুৱা ৮বজাৰ পৰা শান্তি আৰু সুকলমে আৰম্ভ হয় গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া। ১৭ বছৰ বিৰতিৰ পিছত অনুষ্ঠিত হোৱা গুৱাহাটী প্ৰেছ …

ৰাজ্যসভাৰ বাবে ঘোষিত হ’ল বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰ নাম

গুৱাহাটী, সংবাদ ৩৬৫, ১১ মাৰ্চ: বুধবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই নতুন দিল্লীত এখন সংবাদ মেল সম্বোধন কৰি ৰাজ্যসভাৰ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। সকলো জল্পনা কল্পনাৰ অন্তত পেলাই অজিত কুমাৰ ভূঞাই হ’ব বিৰোধী উমৈহতীয়া প্ৰাৰ্থী বুলি …

কৰ’ণা ভাইৰাছৰ আতংকৰ মাজতে ৰাজ্যত ৰঙৰ উৎসৱ ফাকুৱা উদযাপন

গুৱাহাটী, সংবাদ ৩৬৫, ১০ মাৰ্চ: কৰ’ণা ভাইৰাছৰ আতংকৰ মাজতে সমগ্ৰ দেশৰ লগতে ৰঙৰ উৎসৱ ফাকুৱা উদযাপনক লৈ ৰাজ্যৰ উজনিৰ পৰা নামনিলৈকে সকলো মতলীয়া হৈ পৰা পৰিলক্ষিত হয়। ৰাজ্যৰ সৰ্বত্ৰে দৌল উৎসৱ উলহ মালহেৰে পালন কৰাৰ লগতে মহানগৰী গুৱাহাটীটো ৰাইজৰ মাজত …

মানকাচৰত গ্ৰেপ্তাৰ বাংলাদেশী নাগৰিক

হাটশিঙিমাৰী, সংবাদ ৩৬৫, ৯ মাৰ্চ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় তিনি কিলোমিটাৰ নিলগত থকা ভাৰত-বাংলাদেশ সীমান্তৰ দ্বীপচৰত গ্ৰেপ্তাৰ এজন বাংলাদেশী নাগৰিক।ভাৰত-বাংলাদেশ সীমান্তৰৰ কাঁইটীয়া তাৰৰ বেৰৰ ওচৰৰ পৰা দেওবাৰে সন্ধিয়া বিএছএফৰ জোৱানে গ্ৰেপ্তাৰ কৰে বাংলাদেশী নাগৰিক জনক। দক্ষিণ …

নতুন অসমীয়া চলচ্চিত্ৰ ‘ৰাইনো এক্সপ্ৰেছ’ৰ পোষ্টাৰ মুকলি

গুৱাহাটী, সংবাদ ৩৬৫, ৯ মাৰ্চ : অন্ত পৰিল অপেক্ষাৰ। পৰিয়াল আৰু হাস্যব্যংগৰে ভৰা নতুন অসমীয়া চলচ্চিত্ৰ ‘ৰাইনো এক্সপ্ৰেছ’ৰ বাবে দীঘলীয়া অপেক্ষাৰ অন্তত দেওবাৰে দৰ্শকৰ বাবে আনুষ্ঠানিকভাবে মুকলি কৰা হয় চলচ্চিত্ৰখনৰ পোষ্টাৰ আৰু গীত। মহানগৰীৰ শিল্পগ্ৰামত দেওবাৰে অনুষ্ঠিত এক বৰ্ণাঢ্য অনুষ্ঠানত …