নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতালে নন-ছাৰ্জিকেল পদ্ধতিৰে সম্পন্ন কৰিলে হৃদৰোগ
গুৱাহাটী, সংবাদ ৩৬৫, ৩ ফেব্ৰুৱাৰী : গুৱাহাটীৰ নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতালত সম্পন্ন হ’ল আন এক জটিল চিকিৎসা। মাত্ৰ ১৫ বছৰীয়া এগৰাকী কিশোৰীৰ দেহত বিএমভি শীৰ্ষক এক পাৰ্কিউটেনাছ পদ্ধতিৰে সফলতাৰে এক জটিল চিকিৎসা সম্পন্ন কৰে। গুৱাহাটীস্থ নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতালৰ বিশেষজ্ঞ কাৰ্ডিঅ’ল’জিষ্ট ডাঃ …