আছুৰ পিছতে “কা”ৰ বিৰুদ্ধে এ জে ৱাই চি পিৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা
গুৱাহাটী, সংবাদ ৩৬৫, ২ জানুৱাৰী : গুৱাহাটী প্ৰেছ ক্লাৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল । আছুৰ পিছতে এইবাৰ সংবাদ মেলৰ জৰিয়তে এ জে ৱাই চি পিয়ে সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে । সেই অনুসৰি ৪ …