অন্ত পৰিল ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ ৩ মহীয়া বৰ্ধিত কাৰ্যকালৰ

গুৱাহাটী, সংবাদ ৩৬৫, ৩০ নৱেম্বৰ : শনিবাৰে অৱসৰ গ্ৰহণ কৰিলে ৰাজ্যৰ ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই। কাহিলিপাৰাস্থিত অসম আৰক্ষীৰ চতুৰ্থ এ পি বি এন কাৰ্যালয়ত আনুষ্ঠানিকভাৱে এক অনুষ্ঠানত বিদায় সম্বৰ্দ্ধনা জনোৱা হয় আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক । উল্লেখ কৰিব পাৰি যে …

ধৰ্ষণ কৰি জীয়াই জীয়াই জ্বলাই দিয়া হৈছিল প্ৰিয়ংকা ৰেড্ডীক : ৪ অভিযুক্তক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩০ নৱেম্বৰ : মানৱ সমাজক লজ্জানত কৰা পশু চিকিৎসক প্ৰিয়ংকা ৰেড্ডীৰ ধৰ্ষণৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশতে । ধৰ্ষণ কৰি জ্বলাই দিয়া হ’ল ২৬ বছৰীয়া পশু চিকিৎসকগৰাকীক । প্ৰাপ্ত খবৰ অনুসৰি বুধবাৰৰ নিশা প্ৰায় ৯ মান …

১০ ডিচেম্বৰত গৃহীত হ’ব কেব : অথলে যাব নেকি দল-সংগঠনৰ প্ৰতিবাদ

দিল্লী, সংবাদ ৩৬৫, ৩০ নৱেম্বৰ : উত্তৰ-পূৱৰ বিভিন্ন দল, সংগঠনৰে সৈতে কেবক লৈ শুকুৰবাৰে নিশা এক বৈঠকত মিলিত হয় গৃহমন্ত্ৰীৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বৈঠকত ত্ৰিপুৰা, মিজোৰামৰ দল – সংগঠনে তীব্ৰ বিৰোধিতা কৰে বিধেয়কখনৰ । ইফালে শনিবাৰেও অসমৰ ৰাজনৈতিক …

হেল্থ চিটি হস্পিতালৰ দ্বাৰা থালাচেমিয়া সজাগতা কাৰ্যসূচী

গুৱাহাটী, সংবাদ ৩৬৫, ২৯ নৱেম্বৰ : হেল্থ চিটি হস্পিতালৰ ট্ৰেন্সফিউশ্যন মেডিচিন তথা ব্লাড বেংক বিভাগ যিয়ে অবিৰত ভাবে বিশুদ্ধ তথা পৰ্য্যাপ্ত ৰক্ত সম্পৰ্কীয় সামগ্ৰী প্ৰদানৰ অৰ্থে কাম কৰি আহিছে । শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত থালাচেমিয়া ৰোগীৰ সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন …

আগ্ৰাত এ বি ভি পিৰ ৬৫ তম ৰাষ্ট্ৰীয় অধিবেশন সম্পন্ন

গুৱাহাটী, সংবাদ ৩৬৫, ২৯ নৱেম্বৰ : প্ৰতি বছৰৰ দৰে এইবছৰো উত্তৰ-প্ৰদেশৰ আগ্ৰা চহৰত বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৬৫ তম ৰাষ্ট্ৰীয় অধিবেশন যোৱা ২৫ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ অনুষ্ঠিত হৈ যায়। সমগ্ৰ দেশৰ পৰা প্ৰায় ১৫০০ …

ভেঞ্চাৰ টোলসমূহ প্ৰাদেশিকীকৰণৰ দাবী : অন্যথা প্ৰতিবাদৰ হুংকাৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২৯ নৱেম্বৰ : অসমৰ চৰকাৰৰ শিক্ষা বিভাগে ভেঞ্চাৰ টোলসমূহ প্ৰাদেশিকীকৰণৰ কোনো ধৰণৰ ব্যৱস্থা হাতত নোলোৱাৰ প্ৰতিবাদত সদৌ অসম সংস্কৃত টোল শিক্ষক কৰ্মচাৰী সন্থাৰ তৰফৰ পৰা শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদ মেলাৰ আয়োজন কৰে। সভাপতি ধীৰেন চন্দ্ৰ …

মুখত ক’লা কাপোৰ বান্ধি কটনিয়ানৰ প্ৰতিবাদ

গুৱাহাটী, সংবাদ ৩৬৫, ২৯ নৱেম্বৰ : সমগ্ৰ উত্তৰ-পূৱৰ লগতে ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গৰজি উঠিছে বিভিন্ন দল-সংগঠন । ৰাজ্যৰ বিভিন্ন স্থানত বিভিন্ন দল-সংগঠনে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীৰে সজোৰে প্ৰতিবাদ কৰিছে এই বিলখনৰ বিৰুদ্ধে। এই ক্ষেত্ৰত পিছ পৰি ৰোৱা মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ …

শীতকালীন অধিবেশনৰ দ্বিতীয় দিনা পিয়াঁজ পিন্ধি প্ৰতিবাদ কংগ্ৰেছী বিধায়কসকলৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২৯ নৱেম্বৰ : প্ৰথম দিনাৰ দৰে অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনাও বিধান সভাৰ প্ৰৱেশদ্বাৰত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছী বিধায়কসকলে। এইবাৰ পিয়াঁজৰ আকাশলঙ্ঘী মূল্য বৃদ্ধিৰ কাৰণে ডিঙিত পিয়াঁজৰ মালা পিন্ধি বিজেপি চৰকাৰৰ বিৰূদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছী …

সৰুসজাইত মুকলি জি চি এফ চিৰ ফুটবল স্কুলৰ কেন্দ্ৰ

গুৱাহাটী, সংবাদ ৩৬৫,২৮ নৱেম্বৰ : গুৱাহাটী মহানগৰীত ফুটবল স্কুলৰ প্ৰথমটো কেন্দ্ৰ মুকলি । ইন্টাৰেনচনেল স্কুলৰ সহযোগত আৰম্ভ হয় এই কেন্দ্ৰটোৰ । ইন্টাৰেনচনেল স্কুলৰ সঞ্চালক মামণি ডেকাই নালাপাৰৰ ইন্টাৰেনচনেল স্কুলত আনুষ্ঠানিকভাৱে স্কুলখন উদ্বোধন কৰে । জিচিএফচিয়ে ফুটবল স্কুলৰ কেন্দ্ৰটো তৃণমূল পৰ্যায়ত …

হাতে লুটে ধৰা পৰিল মোবাইল চোৰ

দক্ষিণ শালমাৰা মানকাচৰ, সংবাদ ৩৬৫, ২৮ নৱেম্বৰ : বৃহস্পতিবাৰে পুৱতি নিশা সুখচৰ থানা এলেকাৰ হাজিৰহাটৰ ছোটো বজৰা গাৱঁত দুটা গভাইত মোবাইল চোৰ হাতে লুটে ধৰা পৰে। মোবাইল চুৰি কৰি পলাই যাব লওঁতেই ধৰা পৰে চোৰ দুটা। চোৰ দুটাক ধৰা পেলাই …