মাৰোৱাৰী হাস্পতালৰ গেষ্ট্র আৰু লিভাৰ চাৰ্জাৰীৰ বিভাগৰ সৈতে শ্ৰী গংগাৰাম হস্পিতাল, দিল্লীৰ লগত বিশেষ চুক্তি
গুৱাহাটী, সংবাদ ৩৬৫, ১৮ নৱেম্বৰ : মাৰোৱাৰী হাস্পতালত গেষ্ট্র আৰু লিভাৰ চাৰ্জাৰীৰ বিভাগত বিশেষ পৰামৰ্শৰ বাবে শ্ৰী গংগাৰাম হস্পিতাল, দিল্লীৰ লগত এক চুক্তি কৰে । উক্ত অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , গুৱাহাটীৰ সাংসদ কুইন ওজাকে ধৰি কেইবাজনো বিশিষ্ট …