ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকন্ঠক স্মৰণ : সুধাকন্ঠৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন অগণন গুণমুগ্ধৰ
গুৱাহাটী, সংবাদ ৩৬৫, ৫ ছেপ্টেম্বৰ : আজি ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ অষ্টম মৃত্যু বাৰ্ষিকী । সেই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকন্ঠগৰাকীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অগণন গুণমুগ্ধই । অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগতো জালুকবাৰীত অৱস্থিত সুধাকণ্ঠৰগৰাকীৰ সমাধিক্ষেত্ৰত স্মৃতি তৰ্পণৰ …