কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগত ল’ৰা-ধেমালি মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ : টেটৰ পাছত এইবাৰ চকু পৰিল মধ্যাহ্ন ভোজনত
গুৱাহাটীৰ পৰা নন্দিনী মহন্ত, সংবাদ ৩৬৫, ২ নৱেম্বৰ : ৰাজ্যৰ শিক্ষাখণ্ডৰ ব্যাপক খেলি-মেলি বিশেষকৈ টেটক লৈ হোৱা খেলি-মেলিৰ পাছতেই বিভাগীয় মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ এইবাৰ চকু পৰিল মধ্যাহ্ন ভোজনৰ আঁচনিৰ ওপৰত। অসমৰ বিভিন্ন বিদ্যালয়ত ১ নৱেম্বৰৰ পৰা মধ্যাহ্ন ভোজন বিলোৱাৰ দায়িত্ব …