দুলাল চন্দ্ৰ পালক ভাৰতীয় ঘোষণা কৰি মৃতদেহৰ শেষকৃত্য সম্পন্ন কৰাৰ দাবী : আমছু আৰু বেঙলী যুৱ ছাত্ৰ ফেডাৰেছনৰ যৌথ উদ্যোগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ
নিউজ ডেস্ক, সংবাদ ৩৬৫, ২০ অক্টোবৰ : বিদেশীৰ অপবাদ লৈ ডিটেনচন কেম্পত মৃত্যুবৰণ কৰা শোণিতপুৰ জিলাৰ আলিচিঙা গাঁৱৰ দুলাল চন্দ্ৰ পাল আৰু তেওঁৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবীত দেওবাৰে ২০ ৰাতিপুৱা বিজনীত আমছুৰ মাননীয় সভাপতি ৰেজাউল কৰিম চৰকাৰৰ উপস্থিতিত আমছু আৰু …