পেট্ৰ’ল পাম্পত ১ অক্টোবৰৰ পৰা গ্ৰাহকৰ বাবে বন্ধ হৈ পৰিব কিছুমান বিশেষ সুবিধা
নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৯ ছেপ্টেম্বৰ : ১ অক্টোবৰৰ পৰা গ্ৰাহকসকলে পেট্ৰ’ল অথবা ডিজেল ক্ৰয় কৰাৰ সময়ত কেছবেকৰ সুবিধা লাভৰ পৰা বঞ্চিত হ’ব । দেশৰ সকলোতকৈ বৃহৎ বেংক ভাৰতীয় ষ্টেট বেংকে ইয়াৰ ক্ৰেডিট কাৰ্ড গ্ৰাহকসকললৈ এটা এছ এম এছ প্ৰেৰণ …