ভ্ৰূণ হত্যাৰ অভিযোগত আৰক্ষীৰ জালত চিকিৎসক : চেম্বাৰৰ পৰাই আটক আৰক্ষীৰ
পলাশবাৰী, সংবাদ ৩৬৫, ২১ ছেপ্টেম্বৰ : ভ্ৰুণ হত্যাৰ অভিযোগত ৰঙাঘৰৰ আলহি হল চিকিৎসক তথা এসময়ৰ বিজেপি নেতা ঘণশ্যাম দাস । দক্ষিণ কামৰূপৰ বকোস্থিত দাস ক্লিনিকৰ স্বত্ত্বাধিকাৰী ঘণশ্যাম দাস । ঘণশ্যাম দাস এসময়ৰ বিজেপি নেতা আছিল যদিও যোৱাবাৰ বকোৰ পৰা বিধান …