কলগাছিয়াৰ খাৰবাল্লীত চপৰা চপৰে খহিছে বিঘাই বিঘাই মৰাপাটৰ খেতি : এদিনতে উচন হল সুতিৰপাথাৰৰ চাৰিটাকৈ পৰিয়ালৰ ঘৰৰ ভেটি
কলগাছিয়া, সংবাদ ৩৬৫, ২১ আগষ্ট : কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চৰ খাৰবাল্লী আৰু সুতিৰপাথাৰ গাৱত বানপানীৰ পিছৰে পৰাই বেকী নৈৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি এদিনতে চাৰিটাকৈ পৰিয়ালৰ ঘৰ দুৱাৰ উচন কৰাৰ লগতে বিঘাই বিঘাই মৰাপাট আৰু ধানৰ খেতি নদীৰ বুকুত …