আজিও বিশ্বকাপৰ ছেমিফাইনেলত বৰষুণে বিধি-পথালি দিয়াৰ সম্ভাৱনা

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১০ জুলাই : বতৰ বিজ্ঞান কেন্দ্ৰই জাননী দিয়া অনুসৰিয়েই বিশ্বকাপৰ ছেমি ফাইনেল বৰষুণৰ বাবে স্থগিত হ’ল । প্ৰথমখন বিশ্বকাপ ছেমি ফাইনেলত ভাৰতৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হৈছিল নিউজিলেণ্ড । টছত জয়ী হৈ নিউজিলেণ্ডে প্ৰথম বেটিং কৰি খেল …

অসমৰ লগতে উত্তৰ-পুৰ্বাঞ্চলত আগন্তুক ৫ দিনলৈ নেৰানেপেৰা বৰষুণ : ৰঙা সতৰ্কতা জাৰি বতৰ বিজ্ঞানৰ

পলাশবাৰী , সংবাদ ৩৬৫, ৯ জুলাই : ৰাজ্যত এইবাৰ ৫ দিনলৈ চলিব নেৰানেপেৰা বৰষুণ । অসমৰ লগতে চুবুৰীয়া ৰাজ্যসমূহত আগন্তুক ৫টা দিনলৈ বৰঝাৰস্থিত বতৰ বিজ্ঞানে জাৰি কৰিছে সতৰ্কতা । আজিৰ পৰা ৫ দিনলৈ জাৰি কৰা হৈছে সতৰ্কতা । অসমৰ প্ৰায় …

কলগাছিয়াৰ খাৰবাল্লীত বেঁকী নৈৰ বাঢ়নি পানীৰ সোঁতত ৩ বছৰীয়া শিশুক : উদ্ধাৰৰ বাবে এন ডি আৰ এফ বাহিনীৰ অভিযান

বৰপেটা, সংবাদ ৩৬৫, ৯ জুলাই : বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত খাৰবাল্লীত বেঁকী নদীৰ বাঢ়নি পানীয়ে উটুৱাই নিয়ে এটি তিনি বছৰীয়া শিশু। কালি সন্ধীয়া সন্ধানসীন হোৱা শিশুটি আব্দুল খালেকৰ পুত্ৰ খাইৰুল জামান (৪) বুলি জানিব পৰা গৈছে । এই …

দক্ষিণ কামৰূপৰ ভিন্ন ঠাইত জাপানীজ এনকেফেলাইটিজ সন্দৰ্ভত সজাগতা সভা

পলাশবাৰী, সংবাদ ৩৬৫, ৯ জুলাই : ৰাজ্যত সংহাৰী ৰূপ ধাৰন কৰিছে জাপানীজ এনকেফেলাইটিজে । জাপানীজ এনকেফেলাইটিজত আক্ৰান্ত হৈ অৰ্ধশতাধিক লোক মৃত্যুমুখত পৰিছে বৰ্তমানেও চিকিৎসাধীন হৈ আছে বহুতো লোক । পুনৰ যাতে এই ৰোগ অধিক বৃদ্ধি নাপাই তাক লৈ দক্ষিণ কামৰূপৰ …

“ফ্লায়িং স্কোৱাড” সমগ্ৰ মহানগৰী পৰিস্কাৰ -পৰিচ্ছন্নতাৰ লক্ষ্যৰে এক বিশেষ সেৱা

গুৱাহাটী, সংবাদ ৩৬৫, ৯ জুলাই : সমগ্ৰ গুৱাহাটী মহানগৰী পৰিষ্কাৰ কৰাৰ অৰ্থে লোৱা হৈছে এক বিশেষ পদক্ষেপ । মুকলি কৰা হ’ল “ফ্লায়িং স্কোৱাড” । মুঠ ৬ গৰাকী কাৰ্যক্ষম শ্ৰমিক “ফ্লায়িং স্কোৱাড” হিচাপে নিয়োগ কৰা হৈছে। মঙ্গলবাৰে মহানগৰীৰ দিছপুৰস্থিত চুপাৰ মাৰ্কেট …

নিউজিলেণ্ডৰ বিৰুদ্ধে যুঁজত নামিব কোহিলী বাহিনী : বতৰে বিধি-পথালি দিয়াৰ সম্ভাৱনা

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৯ জুলাই : আজি অনুষ্ঠিত হ’ব আই চি চি বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল। প্ৰথমখন বিশ্বকাপ ছেমি ফাইনেলত ভাৰতৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হ’ব নিউজিলেণ্ড । মানচেষ্টাৰৰ অ’ল্ড ট্ৰেফৰ্ড ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল ৷ উল্লেখযোগ্য …

কলাইগাঁৱৰ তান্ত্ৰীক ৰমেশ চহৰীয়া আৰক্ষীৰ জালত

কলাইগাঁও, সংবাদ ৩৬৫, ৯ জুলাই : অৱশেষত আৰক্ষীৰ জালত পৰিল তান্ত্ৰীক ৰমেশ চহৰীয়া। সোমবাৰে দৰং আৰক্ষীয়ে দৰঙৰ কুৰুৱাৰ পৰা তান্ত্ৰীক ৰমেশ চহৰীয়াক গ্ৰেপ্তাৰ কৰে। কলাইগাঁৱৰ কুলশীপাৰত মানৱ সমাজক আচঁম্ভিত কৰা ঘটনা সংঘটিত হোৱাৰ আঁৰত আছিল তান্ত্ৰীক ৰমেশ চহৰীয়াৰ প্ৰৰোচনা। কলাইগাঁৱৰ …

গ্ৰীণ টি, চেফৰণ টি অথবা ব্লু টি নহয়, ভোট জলকীয়া এইবাৰ চাহৰ পৃথিৱীত

গুৱাহাটীৰ পৰা নন্দিনী মহন্ত, সংবাদ ৩৬৫, ৯ জুলাই : দীঘলীয়া কামৰ অন্তত যেতিয়া আমাৰ দেহাটো ক্লান্ত হৈ পৰে, সেই ক্লান্তি দূৰ কৰিবৰ বাবে একাপ চাহৰ প্রয়োজন অনুভৱ কৰা যায়। সকলোৱে ধাৰণা কৰে যে একাপ চাহে মনটোক প্রফুল্লিত কৰাৰ লগতে শৰীৰটো …

ন্যায়ালয়ে ভাৰতীয় বুলি ঘোষণা কৰাৰ পিছত পুনৰ অসম পুলিচৰ হাবিলদাৰৰ বিৰুদ্ধে বিদেশী ন্যায়াধীকৰণৰ জাননী

বৰপেটা, সংবাদ ৩৬৫, ৮ জুলাই : এইবাৰ অসম পুলিচৰ অৱসৰপ্ৰাপ্ত হাবিলদাৰৰ বিৰুদ্ধে বিদেশীৰ জাননী। ১৯৯৭ চনৰ ভোটাৰ তালিকাত বহা ‘ডি’ বিৰুদ্ধে ২০১৩ চনত আইনী যুঁজৰ অন্তত ভাৰতীয় বুলি ন্যায় পাইছিল । কিন্তু চলিত বৰ্ষৰ জুন মাহত পুনৰ তেওঁৰ বিৰুদ্ধে আহে …

গুৱাহাটীৰ নাৰেঙ্গীত শংকৰদেৱ শিশু – বিদ্যা নিকেতনৰ আচাৰ্য-আচাৰ্যাৰ প্ৰশিক্ষণ

গুৱাহাটী, সংবাদ ৩৬৫, ৮ জুলাই : বিদ্যা ভাৰতী, অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি,অসমৰ অন্তৰ্গত শংকৰদেৱ শিশু- বিদ্যা নিকেতনসমূৰ আচাৰ্য সকলৰ ১৫ দিনীয়া আবাসিক প্ৰশিক্ষণ বৰ্গ নাৰেংগীৰ শংকৰদেৱ বিদ্যা নিকেতনত কালিৰে পৰা আৰম্ভ হৈছে। এই প্ৰশিক্ষণ বৰ্গ আনুষ্ঠানিকভাৱে …