২০২২ৰ ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ যুটীয়া প্ৰাথমিক যোগ্যতা নিৰ্ণয়কাৰী ৰাউণ্ডৰ ভাৰত আৰু ওমানৰ মাজত হাইভ’ল্টেজ মেচ সৰুসজাই ষ্টেডিয়ামত

গুৱাহাটী, সংবাদ ৩৬৫, ৩ ছেপ্টেম্বৰ : ২০২২ চনত কাটাৰত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ যুটীয়া প্ৰাথমিক যোগ্যতা নিৰ্ণয়কাৰী ৰাউণ্ডৰ ভাৰত আৰু ওমানৰ মাজৰ মেচখন অহা ৫ ছেপ্টেম্বৰত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । এই হাইভ’ল্টেজ মেচখনৰ বাবে ভাৰত আৰু …

“অবৈধ বিদেশীৰ সংখ্যা বঢ়াবৰ বাবেই খিলঞ্জীয়া লোকৰ নাম অন্তৰ্ভূক্ত কৰা হ’ল নাগৰিকপঞ্জীত” – সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ

গুৱাহাটী, সংবাদ ৩৬৫, ২ ছেপ্টেম্বৰ : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীকলৈ তীব্ৰ অসন্তুষ্টি সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ । সোমবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি পৰিষদে কয় যে অসমৰ খিলঞ্জীয়া ৰাইজৰ বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয়ে যেনেদৰে আশাৰ বতৰা কঢ়িয়াই আনিব বুলি ভবা হৈছিল তেনেদৰে …

দেৱেন দত্তৰ হত্যাকাণ্ডৰ বাবে জি এম চি এইচৰ চিকিৎসকৰ ২৪ ঘণ্টাজোৰা প্ৰতিবাদ : চৰকাৰে কিয় সুৰক্ষা প্ৰদান কৰিব পৰা নাই চিকিৎসকক

গুৱাহাটী, সংবাদ ৩৬৫, ২ ছেপ্টেম্বৰ : জে এম চি এইচত চিকিৎসকৰ ২৪ ঘন্টাজোৰা প্ৰতিবাদ । বন্ধ চিকিৎসালয়খনৰ অ পি ডি । চিকিৎসা নাপাই উভতি গৈছে ৰোগী । টীয়ক চাহ বাগিচাত ৩১ আগষ্টত বয়োজ্যেষ্ঠ চিকিৎসক দেবেন দত্তক নিৰ্মমভাৱে হত্যা কৰাৰ বাবে …

মাণিক চন্দ্ৰ বৰুৱা সোঁৱৰণি ৰাষ্ট্ৰীয় তৰ্ক প্ৰতিযোগিতাৰ আয়োজন

গুৱাহাটীৰ, সংবাদ ৩৬৫, ১ ছেপ্টেম্বৰ : কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ তৰ্ক আৰু আলোচনা চক্ৰ বিভাগৰ দ্বাৰা আয়োজিত মাণিক চন্দ্ৰ বৰুৱা সোঁৱৰণি ৰাষ্ট্ৰীয় পৰ্যায়ৰ তৰ্ক প্ৰতিযোগিতা খনি প্ৰতি প্ৰতি বছৰৰ দৰে এইবাৰো ৭ ছেপ্টেম্বৰ(শনিবাৰে) আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে জৱাহৰলাল …

বিদেশী ন্যায়াধীকৰণে ভাৰতীয় বুলি ঘোষণা কৰাৰ পিছতো এন আৰ চিত নাম নাহিল তিনি সেনা বাহিনীৰ পৰিয়ালৰ

বৰপেটা, সংবাদ ৩৬৫, ১ছেপ্টেম্বৰ : বৰপেটা জিলাৰ জনিয়া সমষ্টিৰ তথা বৰনগৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সৰুহৰিদ গাঁৱৰ আব্দুল হামেদৰ তিনি পুত্ৰ ক্ৰমে শ্বহিদুল ইছলাম, দেলবৰ হুছেইন আৰু মিজানুৰ আলী তিনিজন ভাই-ককাইয়ে ভাৰতীয় সেনা জোৱানৰ চাকৰিত কৰ্মৰত হৈ আছে যদিও সদ্য ঘোষিত …

এন আৰ চিৰ দায়িত্ব পালনত ব্যৰ্থ মোদী চৰকাৰ : তৰুণ গগৈ

গুৱাহাটী, সংবাদ ৩৬৫, ১ ছেপ্টেম্বৰ : ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল । সংবাদমেলত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া । সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় ” বিজেপি অগপৰ …

বিদ্যুৎপৃষ্ঠ হৈ পলাশবাৰীৰ অজন্তা ফাৰ্মৰ দুজন কৰ্মচাৰীৰ মৃত্যু : তীব্ৰ উত্তেজনাৰ সৃষ্টি অঞ্চলটোত

দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ৩১ আগষ্ট : দক্ষিণ কামৰূপৰ উদ্যোগ নগৰী পলাশবাৰীৰ অজন্তা ফাৰ্মত অঘটন । বিদ্যুৎপৃষ্ঠ হৈ সংঘটিত হোৱা অগ্নিকাণ্ডত দুজন কৰ্মচাৰীৰ মৃত্যু । ঘটনাক লৈ তীব্ৰ উত্তেজনা সৃষ্টি হৈছে সমগ্ৰ পলাশবাৰী অঞ্চলত । ভাঙি তচ-নচ কৰিলে উদ্যোগৰ সা-সামগ্ৰী। …

এন আৰ চিৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত নহ’ল দেশৰ পঞ্চমগৰাকী ৰাষ্ট্ৰপতিৰ পৰিয়ালৰ

ৰঙিয়া, সংবাদ ৩৬৫, ৩১ আগষ্ট : বহু প্ৰতীক্ষাৰ অন্তত শনিবাৰে প্রকাশ পালে এন আৰ চিৰ চূড়ান্ত তালিকা । অসমীয়াৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ দলিলক লৈ উৎসাহৰ অন্ত নাই ৰাজ্যবাসীৰ । কিন্তু ইয়াৰ মাজতে চিম্তিত হৈ পৰিছে এটা ৰঙিয়াৰ বঢ়মপুৰ গাঁৱৰ এটা …

চূড়ান্ত এন আৰ চিক লৈ সন্তুষ্ট নহয় কোনো

গুৱাহাটী, সংবাদ ৩৬৫, ৩১ আগষ্ট : ৮৫৫ গৰাকী শ্বহীদ, কেইবা দশকজুৰি চলা আন্দোলন, বিভিন্ন সময়ত বিভিন্ন দল – সংগঠনৰ প্ৰতিবাদৰ অন্তত প্ৰকাশ হ’ল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী । পিছে চূড়ান্ত এন আৰ চিক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে বহুজনে । ১৯৭১ ৰ …

চূড়ান্ত এন আৰ চিত অন্তৰ্ভুক্ত হ’ল মুঠ ৩,১১,২১,০০৪ গৰাকী লোকৰ নাম , বাদ পৰিল ১৯,০৬,৬৫৭ গৰাকী লোকৰ নাম : দাবী আৰু ফলাফলত অসন্তুষ্ট হ’লে বিদেশী ন্যায়াধীকৰণত কৰিব পাৰিব আপীল

গুৱাহাটী, সংবাদ ৩৬৫, ৩১ আগষ্ট : প্ৰকাশ পালে চূড়ান্ত এন আৰ চিৰ । চূড়ান্ত এন আৰ চিত নাম অন্তৰ্ভুক্ত হ’ল মুঠ ৩,১১,২১,০০৪ গৰাকী লোকৰ নাম । বাদ পৰিল ১৯,০৬,৬৫৭ গৰাকী লোকৰ নাম । উল্লেখযোগ্য যে নাগৰিকত্ব বিধি , ২০০৩ ৰ …