গঁড় হত্যা প্ৰতিৰোধৰ বাবে সাজু ৰাজ্য চৰকাৰ : প্ৰথমবাৰৰ বাবে জোৱান নিযুক্তি ৰাজ্য চৰকাৰৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৮ জুন : ভাৰতীয় আইনৰ অধীনত বন্য প্ৰাণী সংৰক্ষণৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক সৰ্বাধিক ৰক্ষণা-বেক্ষণ দিয়া হৈছে। ১৮৯১ চনৰ ‘অসম বন নিয়ন্ত্ৰণ’ আইনৰপৰা আৰম্ভ কৰি ২০০২ চনৰ ‘জৈৱবৈচিত্ৰ সংৰক্ষণ আইনলৈ কেইবাখনো আইনৰ জৰিয়তে কাজিৰঙাক বিশেষ সুৰক্ষা …

এক ব্যতিক্ৰমী প্ৰয়াসেৰে “আশাৰ ৰেঙণি”ৰ বিশেষ প্ৰচেষ্টা

গুৱাহাটী, সংবাদ ৩৬৫, ২৯জুন : সততে বিতৰ্কৰ সন্মুখীন হৈ অহা ভ্ৰাম্যমাণ তথা সাংস্কৃতিক জগতখনক আৰু এখোজ আগুৱাই নিয়াৰ বাবে আশাৰ ৰেঙণি নামৰ এক সাংস্কৃতিক পেজৰ উদ্যোগত ২০১৮-১৯ নাট্যবৰ্ষৰ ওপৰত ভিত্তি কৰি অশেষ কষ্টেৰে বিশেষভাৱে সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা অভিনেতা-অভিনেত্ৰী …

ৰাইজ আৰু স্থানীয় বিধায়কৰ বিৰোধীতা স্বত্বেও সংগোপনে আৰম্ভ দ্বীপৰ বিলৰ পাৰত নিৰ্মান হ’বলগীয়া দ্বৈত ৰেলপথৰ জোখ-মাপ : কি হ’ব বন্য জীৱ-জন্তুৰ ভৱিষ্যত

গুৱাহাটী, সংবাদ ৩৬৫, ২৯ জুন : ৰাইজ স্থানীয় বিধায়কৰ বিৰোধীতা স্বত্বেও সংগোপনে আৰম্ভ কৰিছে দ্বীপৰ বিলৰ পাৰত নিৰ্মান হ’বলগীয়া দ্বৈত ৰেলপথৰ জোখ-মাখ । বনবিভাগ আৰু ৰেলবিভাগ তথা প্ৰশাসনে স্থানীয় ৰাইজ তথা দল-সংগঠনৰ লগত কোনোধৰনৰ আলোচনা-বিলোচনা নকৰাকৈ দ্বীপৰ বিলৰ পাৰত কৰিছে …

নৱ প্ৰজন্মৰ সুপ্ত প্ৰতিভা বিকশিত কৰাৰ অৰ্থে “গান্ধী ষ্টাডি চাৰ্কল এণ্ড চ’চাইটি ফ’ৰ পিচ”ৰ শুভ উন্মোচন

গুৱাহাটী, সংবাদ ৩৬৫, ২৯ জুন : সততা, নৈতিকতা আৰু মানৱীয় মূল্যবোধক আদৰ্শ হিচাপে লৈ এটা এন জি অৰ শুভ উন্মোচন কৰা হয় । এই এন জি অ’টোৰ মুখ্য উদ্দেশ্য সমাজত অহিংসা আৰু শান্তি বিয়পোৱা। এন জি অ’টোৰ লক্ষ্য সমাজত শান্তি …

কলগাছিয়াৰ মইনবৰীৰ ঢাকালীয়া পাৰাত আই আৰু মানাহ নদীৰ ভয়াৱহ খহনীয়াৰ তাণ্ডৱ : ৬৫ পৰিয়ালৰ ভেটি মাটি উছন : কুম্ভকৰ্ণ নিদ্ৰাত প্ৰশাসন, জনপ্ৰতিনিধি

কলগাছিয়া, সংবাদ ৩৬৫, ২৮ জুন : কলগাছিয়াৰ মইনবৰীৰ ঢাকালীয়া পাৰাত যোৱা কিছুদিন ধৰি হোৱা আই আৰু মানাহ নদীৰ ভয়াবহ খহনীয়াই ৰুদ্ৰ মুৰ্তি ধাৰণ কৰাত গাওবাসীৰ মাজত তীব্ৰ হাহাকাৰৰ সৃষ্টি হৈছে। ইতিমধ্যে নৈখনৰ বিধ্বংসী খহনীয়াত জাহ গল গাও খনৰ ৬৫ পৰিয়ালৰ …

নতুন শিক্ষানীতিৰ ভাষানীতিৰ বিৰুদ্ধে বৰপেটাত ছাত্ৰ মুক্তিৰ অৱস্থান ধৰ্মঘট

বৰপেটা, সংবাদ ৩৬৫, ২৮ জুন : ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা সমিতিয়ে নতুন শিক্ষানীতিৰ কেইবাটাও বিষয়ৰ ওপৰত আপত্তি কৰি আজি বৰপেটাত গ্ৰহণ কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী। তেওঁলোকে কয় যে, কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা নতুন শিক্ষানীতিত তিনিটা ভাষা (ইংৰাজী, হিন্দী …

হত্যাৰ ভাবুকি দিয়া যুৱকক ক্ষমা জুবীন গাৰ্গৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৮ জুন : প্ৰায় দুবছৰ আগেয়ে ফেইচবুকৰ জৰিয়তে যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জনপ্ৰিয় কণ্ঠশিল্পী জুবীন গাৰ্গক হত্যাৰ ভাবুকি দিছিল দুজন যুৱকে । তাৰ পাছতে তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছিল সমগ্ৰ ৰাজ্যজুৰি। ঘটনাতো সংঘটিত হৈছিল ২০১৭ চনৰ ২২ …

এতিয়াৰে পৰা ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ ময়মতালি নচলিব : ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ বিৰুদ্ধে কঠোৰ ৰাজ্যচৰকাৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২৮ জুন : ৰাজ্যত গঢ় লৈ উঠিছে এখনৰ পাছত এখনকৈ প্ৰাথমিক পৰ্যায়ৰ পৰা কণিষ্ঠ মহাবিদ্যালয়লৈকে ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠান । জধে-মধে গঢ় লৈ উঠা এই শিক্ষানুষ্ঠান সমূহে পাছে কোনোধৰণৰ সকাহ দিয়া নাই অভিভাৱকসকলক । বৰঞ্চ এই ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠানসমূহে ছাত্ৰ-ছাত্ৰীসকলৰ …

সুৰাপান কৰি গাড়ী চলালে , এম্বুলেন্স, ফায়াৰ বিগ্ৰেডক ৰাস্তা এৰি নিদিলে ভৰিব লাগিব নগদ ১০,০০০ টকাৰ জৰিমনা

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৮ জুন : বাহন আৰু চালকসকলৰ বাবে চৰকাৰৰ নতুন নিয়ম । কেবিনেটে অনুমোদন কৰিছে নতুন যান বাহন আইন সংশোধনী বিধেয়কত কেইবাটাও নতুন নিয়ম । এতিয়াৰে পৰা সুৰাপান কৰি গাড়ী চলালে চালকক ১০,০০০ টকাৰ জৰিমনা বিহা হ’ব। …

২০২০ৰ অলিম্পিকত অন্তৰ্ভুক্ত বেচবল প্ৰতিযোগিতা

গুৱাহাটী, সংবাদ ৩৬৫, ২৭ জুন : ২০২০ৰ অলিম্পিকত অন্তৰ্ভুক্ত হৈছে বেচবল । বেচবল প্ৰতিযোগিতাত অন্যান্য দলৰ তুলনাত ভাৰতীয় মহিলা দলৰ স্থান ১১ নম্বৰত আছে । ইণ্ডিয়ান অলিম্পিয়াডৰ তত্বাৱধানত থকা অসম বেচবল এছোচিয়েছনে অহা ১৩ জুলাইৰ পৰা ১৭ জুলাইলৈ চাব জুনিয়ৰ …