দুৰ্নীতি বিৰোধী যুৱ-শক্তি অসমৰ “শূণ্য সহনশীল বঁটা ২০১৯”
গুৱাহাটী, সংবাদ ৩৬৫, ১৯ এপ্ৰিল : শুকুৰবাৰে দুৰ্নীতি বিৰোধী যুৱ-শক্তি,অসমে এখন সংবাদমেলৰ জৰিয়তে “শূণ্য সহনশীল বঁটা ২০১৯”ৰ বঁটা প্ৰাপক সকলৰ নাম ঘোষণা কৰে । দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দুৰ্নীতি …