বিশ্বনাথৰ ঘটনাক লৈ কলগাছিয়া ছাত্ৰ-মুক্তিৰ আৰক্ষী থানাত গোচৰ
কলগাছিয়া, সংবাদ৩৬৫, ১০ এপ্ৰিল : হোটেলত গো-মাংস বিক্ৰী কৰাক কেন্দ্ৰ কৰি বিশ্বনাথ চাৰিআলিত এজন ব্যক্তিক মাৰপিট কৰি গাহৰিৰ মাংস বলপূৰ্বক ভাৱে খোৱাই দিয়া দুস্কৃতিকাৰীক গ্ৰেপ্তাৰৰ দাবীত আজি বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাত কলগাছিয়া ছাত্ৰ-মুক্তিয়ে গোচৰ দাখিল কৰে। উল্লেখ্য যে, ২ …