চি পি আই (এম)ৰ বিক্ষোভ সমাবেশ

গুৱাহাটী, সংবাদ ৩৬৫, ২৯ মাৰ্চ : শুকুৰবাৰে গুৱাহাটী মহানগৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰৰ সন্মুখত জনসাধাৰণৰ কিছুমান জ্বলন্ত সমস্যাক লৈ আৰু কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে চি পি আই (এম)কামৰূপ মহানগৰ জিলা কমিটিয়ে এটা বিক্ষোভ সমাবেশৰ কাৰ্যসূচী গ্ৰহণ কৰে। তেওঁলোকৰ …

বৰ্তমানৰ পৰিস্থিতিত আৰ্থ-সামাজিক, শৈক্ষিক আৰু ৰাজনৈতিক দিশত সাংঘাতিক ভাবে গৰিয়া, মৰিয়া, দেশী জনগোষ্ঠীৰ যুৱ প্ৰজন্ম হতাশাত ভুগিছে

গুৱাহাটী, সংবাদ ৩৬৫, ২৯ মাৰ্চ : সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ, গুৱাহাটী মহানগৰ জিলা সমিতিয়ে গৰিয়া, মৰিয়া, দেশী জনগোষ্ঠীৰ লোকসকল উন্নতিৰ স্বাৰ্থত চিন্তা চৰ্চা কৰাৰ ক্ষেত্ৰত ৰাইজৰ দিহা-পৰামৰ্শ কামনা কৰি এখন প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰে। প্ৰেছ বিজ্ঞপ্তি খনত তেওঁলোকে উল্লেখ …

কমলপুৰ অাৰক্ষীয়ে অবৈধ দলিল আৰু ৰেভিনিওসহ অাটক কৰিলে এগৰাকী মহিলাক

বাইহাটা চাৰিঅালি সংবাদ ৩৬৫, ২৮ মাৰ্চঃ কামৰূপ জিলাৰ কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰুৱাজানীত দলিলৰ অবৈধ বেহাৰ এটা ঘাটি উৎখাত কৰে কমলপুৰ আৰক্ষীয়ে । এগৰাকী মহিলাক আটক কৰাৰ লগতে জব্দ কৰে বহু পৰিমাণৰ ৰেভিনিউ টিকট আৰু দলিল । উল্লেখ্য যে কমলপুৰ …

গুৱাহাটী ৰেল ষ্টেচনত উদ্ধাৰ বৃহৎ পৰিমাণৰ সোণ

গুৱাহাটী, সংবাদ ৩৬৫, ২৮ মাৰ্চ : গুৱাহাটীৰ ৰেলৱে আৰক্ষীৰ বৃহৎ সাফল্য । গুৱাহাটী ৰেল ষ্টেচনত বৃহস্পতি বাৰে পুৱা উদ্ধাৰ কৰা হয় এক বৃহৎ পৰিমাণৰ সোণ। পুৱা ৭ বাজি ৩০ মিনিটত ৰেলৱে আৰক্ষীৰ গুৱাহাটী ৰেল ষ্টেচনত নিয়মীয়া তালাচিত ১ নম্বৰ প্লেটফৰ্মৰ …

সেনাই মগজুত দিয়া বৈদ্যুতিক শ্বকৰ ফলত মানসিক বিকাৰগ্ৰস্ত ৰোগী একালৰ আলফাৰ সেনা: খবৰ লবৰ আহৰি নাই সতীৰ্থৰ

ডিব্ৰুগড় , সংবাদ ৩৬৫, ২৮ মাৰ্চ : নিজৰ জাতিটোৰ কথা, অসমখনৰ কথা ভাবি এটা সময়ত সশস্ত্ৰ সংগ্ৰামত যুঁজ দিয়া সংগঠনৰ কিছু সদস্যৰ অৱস্থা অতি দুখলগাৰ বিপৰীতে কিছু সদস্যই অস্ত্ৰ এৰি হৈছে বিলাসী জীৱনৰ গৰাকী । অসমৰ স্বাধীনতাৰ, জাতিৰ মুক্তিৰ কথা …

অজিতাক্স ভেঞ্চাৰ্চ প্ৰাইভেট লিমিটেডৰ দ্বাৰা আয়োজিত উশ্বশী সেনগুপ্তাৰ তিনিদিনীয়া কর্মশালা সম্পন্ন

গুৱাহাটী, সংবাদ ৩৬৫, ২৮ মাৰ্চ : ফেশ্যন উদ্যোগত মডেলসকলৰ ব্যৱহাৰিক দিশ, সৌন্দৰ্য তথা সৌন্দৰ্য্যবোধৰ উৎকৰ্ষ সাধনৰ বাবে গুৱাহাটীৰ জনপ্ৰিয় দক্ষতা বিকাশ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা অজিতাক্স ভেঞ্চাৰছ প্ৰাইভেট লিমিটেড,২০১০ মিছ ইউনিভাৰ্চ ইণ্ডিয়া খিতাপ বিজেতা উশ্বশী সেনগুপ্তাৰ দ্বাৰা আয়োজন হৈছিল …

ছাগলী চুৰিৰ অভিযোগত দক্ষিণ কামৰূপৰ পলাশবাৰীৰ বৰতেজপুৰত যুৱকক হানি খুচি হত্যা

কামৰূপ, সংবাদ ৩৬৫, ২৮ মাৰ্চ : কিমান নৃসংশ হ’ব পাৰে মানুহ । মৰেল পুলিচগিৰি হাতত তুলি লৈ পুনৰ ৰাজ্যত সংঘটিত হ’ল এক নৃশংস হত্যাকাণ্ড । হানি খুচি বৰ্বৰভাৱে হত্যা কৰা হ’ল এজন যুৱকক । যুৱকজনৰ বিৰুদ্ধে অভিযোগ ছাগলী চুৰিৰ । …

এশ শতাংশ ভোটদানৰ আহ্বান অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২৮ মাৰ্চ : অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ সমগ্ৰ বিশ্বৰে এটা সৰ্ববৃহৎ ৰাজনৈতিক ছাত্ৰ সংগঠন। বিদ্যাৰ্থী পৰিষদে জন্ম লগ্নৰে পৰা ৰাজনৈতিক সচেতনতা আৰু দায়বদ্ধতা অৰাজনৈতিকভাৱে পালন কৰি সজাগতাৰ সৃষ্টি কৰি আহিছে । আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিদ্যাৰ্থী পৰিষদে …

লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলৰ (এন চি পি) অসমবাসীলৈ আহ্বান বহুমূলীয়া ভোট এন চি পিৰ প্ৰাৰ্থীক দিবলৈ

গুৱাহাটী, সংবাদ ৩৬৫, ২৮ মাৰ্চ : লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এন চি পিৰ কাৰ্য্যালয়ত এখন সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলত এন চি পিৰ সভাপতি ধীৰেন্দ্ৰ দেৱ অধিকাৰীয়ে কয় যে ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দল এন চি পিৰ অসম ৰাজ্যিক সমিতিয়ে ৰাজ্যখনৰ …

পুনৰ আন্দোলনত নামিল কটনিয়ান : কটন মহাবিদ্যালয় বিশ্ববিদ্যালয় লৈ ৰূপান্তৰিত কৰি চূড়ান্ত প্ৰহসন কৰাৰ অভিযোগ কটনিয়ানৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২৮ মাৰ্চ : আজি পুৱা ১১ বজাৰ পৰা মূল দুৱাৰৰ সন্মুখত অৱস্থান ধৰ্ম ঘটাৰ কার্য সূচী ৰূপায়ন কৰে কটন বিশ্ব বিদ্যালয় ৰ ছাত্ৰ একতা সভাই। ৪৮ ঘণ্টা ধৰি ৰূপায়ন কৰিব এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী। উক্ত প্ৰতিবাদী কাৰ্যসূচীত …