ৰাজ্যত অব্যাহত চোৰাংভাৱে কলা হীৰাৰ ৰমৰমীয়া ব্যৱসায় : নিৰ্বাচনত টকাৰ প্ৰয়োজন বাবে একাংশ ৰাজনৈতিক দলৰ নেতা পালি নেতাই চলাই আছে নেকি কলা হীৰাৰ ব্যৱসায়

গুৱাহাটী, সংবাদ ৩৬৫, ২৮ মাৰ্চ : ৰাজ্যত শেহতীয়াভাৱে কয়লা সৰবৰাহ বন্ধ হৈ থাকিলেও কিন্তু চোৰাং ব্যৱসায়ীয়ে ৰাজ্যত চোৰাংভাৱে এতিয়াও চলাই আছে কলা হীৰাৰ ৰমৰমীয়া বেহা । কয়লা মাফিয়াই আৰক্ষী প্ৰশাসন বনবিভাগ আদিক মেনেজ কৰি গোপনে চলাই আছে কলা হীৰাৰ ব্যৱসায় …

কমলপুৰ অাৰক্ষীৰ জালত ধুহি কাণ্ডৰ খলনায়ক

বাইহাটা চাৰিঅালি, সংবাদ ৩৬৫, ২৭ মাৰ্চঃ কামৰূপ আৰক্ষীৰ জালত ধুহি কাণ্ডৰ খলনায়ক । কমলপুৰ আৰক্ষীয়ে মহানগৰীৰ পৰা আত্মগোপন কৰি থকা অৱস্থাত কৰায়ত্ব কৰে ৰিজুল আলী নামৰ হত্যাকাৰী জনক। উল্লেখ্য যে যোৱা ২৩ মাৰ্চত কামৰূপৰ কঞা থানাৰ অন্তৰ্গত ২নং ধুহি গাঁৱত …

কমিটি টু প্ৰটেক্ট জাৰ্ণালিষ্ট নামৰ আন্তৰ্জাতিক সন্থাৰ ভাৰতৰ প্ৰতিনিধিৰ সংবাদমেল

গুৱাহাটী, সংবাদ ৩৬৫, ২৭ মাৰ্চ : কমিটি টু প্ৰটেক্ট জাৰ্ণালিষ্ট নামৰ আন্তৰ্জাতিক সন্থাৰ ভাৰতৰ প্ৰতিনিধি কুনাল মজুমদাৰে বুধবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত এখন সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত তেখেতে কয় যে ভাৰতবৰ্ষৰ সমাগত নিৰ্বাচনত সমগ্ৰ বিশ্ব দৃষ্টি নিবদ্ধ হৈ আছে। এই বিশাল …

৭০ সংগঠনৰ মজিয়াৰ পৰা আঁতৰি আহিল ঐক্য সেনা অসম

গুৱাহাটী, সংবাদ ৩৬৫, ২৭ মাৰ্চ : অসমৰ জাতীয় স্বাৰ্থত আঘাতসনা আৰু সংকট নমাই আনিব পৰা জাতিধংসী কেবৰ বিৰোধীতাৰে ঐক্য সেনা অসমে ৭০ সংগঠনৰ উমৈহতীয়া মঞ্চত থাকি সজোৰে কেবৰ বিৰোধীতা কৰি আহিছিল। এই ঐক্য সেনা অসমে সম্প্ৰতি ৭০ সংগঠনৰ পৰা আঁতৰি …

নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী

গুৱাহাটী, সংবাদ ৩৬৫, ২৭ মাৰ্চ : বুধবাৰে দীঘলী পুখুৰীৰ পাৰত নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিয়ে এক প্ৰতিবাদী কার্যসূচী গ্ৰহণ কৰে। নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ অসম ৰাজ্যিক কমিটিয়ে ৰাইজৰ জীৱন-জীৱিকাৰ ওপৰত বাঢ়ি অহা আক্ৰমণ আৰু নিৰাপত্তাহীনতাত গভীৰ উদ্বেগ আৰু ক্ষোভ …

ভাৰতীয় গণনাট্য সংঘৰ ৭৫ বছৰীয়া উদযাপনৰ বৰ্ণাঢ্য অনুষ্ঠান

গুৱাহাটী, সংবাদ ৩৬৫, ২৬ মাৰ্চ : ১৯৪৩ চনতে মুম্বাই নগৰীত দেশত বৃটিছৰ বিৰূদ্ধে চলা উত্তাল ভাৰত ত্যাগ আন্দোলনৰ সময়ত কে এ আব্বাছ, ডঃ ভাবা, চৰ্দাৰ জাফ্ৰি আদি এইসকল বৰেণ্য ব্যক্তিসকলে প্ৰতিষ্ঠা কৰিছিল ভাৰতীয় গণ নাট্য সংঘ। অসমতো স্বাধীনতাৰ পূৰ্বে ১৯৪৭ …

সদৌ অসম ইউনিফৰ্ম যোগানকাৰী সন্থাৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে প্ৰতিবাদী কার্যসূচী বাতিল

গুৱাহাটী, সংবাদ ৩৬৫, ২৬ মাৰ্চ : সদৌ অসম ইউনিফৰ্ম যোগানকাৰী সন্থাই অহা ২৭-০৩-২০১৯ বুধবাৰে চচলৰ প্ৰতিবাদী ক্ষেত্ৰত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছিল কিন্তু উক্ত প্ৰতিবাদী কাৰ্যসূচী উচ্চ ন্যায়ালয়ৰ এক স্থগিতাদেশৰ বাবে বাতিল কৰে । উল্লেখ্য যে থলুৱা লোকক বাদ …

প্ৰৱল ভূমিকম্পই জোকাৰি গ’ল মহানগৰীৰ হায়াত হাস্পতাল 

গুৱাহাটী, সংবাদ ৩৬৫, ২৬ মাৰ্চঃ মঙলবাৰে দিনৰ ১১.২৫ মান বজাত সংঘটিত এক ভয়াৱহ ভূঁইকঁপে জোকাৰি গ’ল ৰাজ্যৰ লগতে মহানগৰীৰ হায়াত হাস্পতাল। লগে লগে বাজি উঠে বিপদ সংকেত। ইয়াৰ লগে লগে ৰোগী, ৰোগীৰ আত্মীয় আৰু কৰ্মচাৰীসকলৰ মাজত হুৱাদুৱা লাগে। তীব্ৰ জোকাৰণিত …

পথিকৰ ‘ উদ্যোগত ধঁপাত আৰু কৰ্কট সজাগতাৰ বাবে ‘চুটি-ছবি’ৰ প্ৰতিযোগিতা

গুৱাহাটী, সংবাদ ৩৬৫, ২৬ মাৰ্চ : অসমৰ অন্যতম সামাজিক , সাংস্কৃতিক তথা স্বেচ্ছাসেৱী অনুষ্ঠান ‘ পথিক ‘ৰ উদ্যোগত ” ধঁপাত বিৰোধী তথা কৰ্কট ” সজাগতাৰ বাবে বিগত বৰ্ষৰ দৰে এইবাৰো নেহেৰু ষ্টেডিয়ামৰ প্ৰাংগণৰ পৰা এছ বি দেওৰা মহাবিদ্যালয় প্ৰাংগণ হৈ …

মুকালমুৱাত ফ্লিপকাৰ্টৰ ৰাম ঠগন : ৪১৯৯০ টকাৰ কেমেৰাৰ সলনি আহিল শিল

মুকালমুৱা, সংবাদ ৩৬৫, ২৫ মাৰ্চ : অনলাইনত শ্বপিং কৰাসকল সাৱধান হবৰ হ’ল । অনলাইন শ্বপিংত কৰা গ্ৰাহক সকলে ঠগৰ সন্মুখীন হৈ অহাৰ ঘটনাৰ পুনৰাবৃত্তি হ’ল মুকালমুৱাত l বৰক্ষেত্ৰীৰ এজন যুৱকে অনলাইন শ্বপিংত ঠগৰ সন্মুখীন হ’ল l যুৱকজনে ঠগ খালে ফ্লিপ …