দৰঙৰ ধুলাত নৃশংস হত্যাকাণ্ড
দৰঙ, সংবাদ ৩৬৫, ৩মাৰ্চ : দিন দুপৰতে দুৰ্বৃত্তৰ চোকা অস্ত্ৰৰে কৰা আক্ৰমণৰ বলি হল এজন লোক । দৰঙৰ ধুলাত সংঘটিত নৃশংস এই হত্যাকাণ্ডই সমগ্র অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । পথাৰত কাম কৰি থাকোতেই আক্ৰমণ কৰে তমিজুদ্দিন নামৰ এজন ব্যক্তিক …