“নদী গুমগুমায় “নাটকৰ জৰিয়তে সামৰণি পৰিল চিত্ৰলেখা ড্ৰামা প্ৰডাকচনৰ নাট্য কৰ্মশালা

কলিয়াবৰ, সংবাদ ৩৬৫, ২৫ ফেব্ৰুৱাৰী : নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ সহযোগত কলিয়াবৰত অনুষ্ঠিত হয় ত্ৰিশদিনীয়া নাট্য কৰ্মশালাৰ। চিত্ৰলেখা ড্ৰামা প্ৰডাকচনে নৱমবাৰৰ বাবে কলিয়াবৰৰ হাটবৰত অনুষ্ঠিত কৰে এই নাট্য কৰ্মশালা। এই কৰ্মশালাৰ অন্তত দেওবাৰে নিশা মঞ্চস্হ কৰা হয় নৰেন পাটগিৰিৰ …

বকোৰ নগৰবেৰাত বিধ্বংসী অগ্নিকাণ্ড

বকো, সংবাদ ৩৬৫, ২৫ ফেব্ৰুৱাৰী : বকো সমষ্টিৰ নগৰবেৰাৰ টুপামাৰীত সোমবাৰে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। নিমিষতে জ্বলি ছাই হয় তিনিটা পৰিয়ালৰ চাৰিটাকৈ বাসগৃহ। জুইত জাহ যায় বহুতো মূল্যবান সা-সামগ্ৰী। নগৰবেৰাৰ টুপামাৰী গাঁৱৰ নুৰুল ইছলাম ঘৰত প্ৰথমে এই অগ্নিকাণ্ডৰ সূত্ৰপাত …

চোৰাং খননকাৰ্য চলাই থকাৰ সময়ত পাহাৰৰ মাটি খহি বহু যুৱকৰ মৃত্যু হোৱা ঘটনাক গাপ দি ৰাখিছে ক’ল ইণ্ডিয়াই- লাচিত সেনা

গুৱাহাটী,সংবাদ ৩৬৫, ২৫ ফেব্ৰুৱাৰী: মাৰ্ঘেৰিটাৰ পাটকাই পাহাৰত অবৈধভাৱে চলি থকা কয়লা খননৰ ওপৰত গুৱাহাটীৰ প্ৰেছ ক্লাৱত সোমবাৰে লাচিত সেনাই এখন সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰলৈ দাবী জনায় লাচিত সেনাই কয় যে মাৰ্ঘেৰিটাৰ পাটকাই পাহাৰত অবৈধভাৱে চলি থকা …

পুলৱামাৰ ঘটনাক কেন্দ্ৰ নিৰ্বাচন জিকাৰ হাতিয়াৰ কৰিব বিচাৰিছে শাসকীয় দলে – অসম নাগৰিক সমাজ

গুৱাহাটী,সংবাদ ৩৬৫, ২৫ ফেব্ৰুৱাৰী: কাশ্মীৰৰ পুলৱামাত ১৪ ফেব্ৰুৱাৰীত ভাৰতীয় নিৰাপত্তা ৰক্ষী জোৱানৰ ওপৰত হোৱা ভয়ংকৰ ঘটনা আৰু যোৰহাট আৰু গোলাঘাট জিলাত চুলাই মদ খাই শতাধিক লোক আক্ৰান্ত হোৱাৰ ঘটনাৰ ওপৰত অসম নাগৰিক সমাজে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেলৰ আয়োজন কৰে। এই …

পাঠশালাত দৰাৰ ৰূপত দেখুৱালে দেশপ্ৰেমৰ নিৰ্দশন

পাঠশালা,সংবাদ ৩৬৫, ২৫ ফেব্ৰুৱাৰী: ১৪ ফেব্ৰুৱাৰীত কাশ্মীৰত পাকিস্তানী উগ্ৰপন্থীৰ বৰ্ব্বৰ আক্ৰমণত মৃত্যু বৰণ কৰি স্বহীদ হোৱা ভাৰতীয় বীৰসেনা সকলৰ কথা সকলোৱে নিশ্চিত পাহৰি যোৱা নাই। সেই বীৰ শ্বহীদ সকলৰবাবে দেশবাসী আজিও শোকত ম্ৰিয়মান। শোকত স্তব্ধ হৈ থকা দেশবাসীৰ এনে সময়তে পাঠশালাৰ …

প্ৰণৱ বড়োৰ পঞ্চমটো শ্বহীদ দিৱসত উত্তাল হ’ল চচল

গুৱাহাটী, সংবাদ ৩৬৫, ২৪ফেব্ৰুৱাৰী: অসমত কেতিয়াও নোহোৱা এটা প্রতিবাদে সমগ্ৰ অসম জোকাৰি গৈছিল২০১৪ চনত। ২৪ ফেব্ৰুৱাৰী ২০১৪ চনৰ এই দিনটোতে জাতীয় শ্বহীদ প্ৰণৱ বড়োৱে থলুৱা ভূমিস্বত্বৰ দাবীত দিছপুৰ জনতা ভৱনৰ সন্মুখত কৰিছিল নজিৰবিহীন প্ৰতিবাদ। দেওবাৰে সেইজন শ্বহীদ প্ৰণৱ বড়োৰ পঞ্চমটো শ্বহীদ …

লোকসভা নিৰ্বাচনত বিজেপি দলে লাভ কৰিব ১১ৰ পৰা ১২ খন আসন

বাইহাটা চাৰিআলি, সংবাদ ৩৬৫, ২৪ ফেব্ৰুৱাৰী:  কামৰূপৰ পুঠিমাৰীত অনুষ্ঠিত হয় এখন পৃষ্ঠা প্ৰমুখ সন্মিলন। এই সন্মিলনত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সম্পাদক দিলীপ শইকীয়া। উক্ত সন্মিলনত উপস্থিত থাকি দিলীপ শইকীয়াই বিষাক্ত সুৰাপানৰ ফলত মৃত্যু হোৱা গোলাঘাট কাণ্ডত কোনো ষড়যন্ত্ৰ নিহিত হৈ থকাৰ …

বিজেপি চৰকাৰলৈ অহাৰ পিছত বৃদ্ধি পাইছে মদাহীৰ সংখ্যা : তৰুণ গগৈ

তিতাবৰ, সংবাদ ৩৬৫, ২৪ ফেব্ৰুৱাৰী: বিষাক্ত সুৰা সেৱনৰ ফলত পুৰুষ-মহিলাকে ধৰি শতাধিক লোকৰ মৃত্যু হোৱাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে যোৰহাট আৰু গোলাঘাটত পৰিস্থিতিৰ বুজ লৈ উপস্থিত হয় নিজ সমষ্টি তিতাবৰত। । সংবাদ মাধ্যমৰ আগত এই ঘটনাৰ বাবে বিজেপি চৰকাৰক দায়ী বুলি …

পশু খাদ্যৰ নামত অনুজ্ঞাপত্ৰ উলিয়াই অসাধু ব্যৱসায়ীয়ে কৰিছে বৰবিহ স্বৰূপ লালি গুৰৰ ব্যৱসায়

টীয়ক, সংবাদ ৩৬৫, ২৪ ফেব্ৰুৱাৰী: বিষাক্ত সুৰা সেৱনৰ ফলত শতাধিক লোকে মৃত্যুক সাৱটি লোৱাৰ পাছত টীয়কৰ হাতীগড়ত ব্যৱসায়ীৰ গুদামত ওলাইছে বৃহৎ পৰিমাণৰ লালি গুৰ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যৰ তৎপৰতাত এই কথা পোহৰলৈ আহিছে। থলুৱা বিষাক্ত সুৰা সেৱনৰ ফলত শতাধিক …

শ্বহীদ মনেশ্বৰ বসুমতাৰী দশ কৰ্মত পৰমানন্দ ৰাজবংশীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

বাক্সা, সংবাদ ৩৬৫, ২৪ ফেব্ৰুৱাৰী: ১৪ ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰৰ পুলৱামাত পাকিস্তানী সন্ত্ৰাসবাদীয়ে কৰা বিস্ফোৰণত শ্বহীদ হোৱা ভাৰতীয় নিৰাপত্তাৰক্ষীৰ অসমৰ তামুলপুৰ কলবাৰীৰ বীৰ জোৱান মনেশ্বৰ বসুমতাৰীৰ সম্পূৰ্ণ এঘাৰ দিনৰ অন্তত দেওবাৰে বাথৌ ধৰ্মীয় ৰীতি-নীতিৰে দশকৰ্ম অৰ্থাৎ দহা সামাজিকভাৱে অনুষ্ঠিত কৰাৰ লগতে শ্বহীদগৰাকীৰ প্ৰতিচ্ছৱিত …