সন্ত্ৰাসবাদীৰ আক্ৰমনত বীৰ শ্বহীদ সকলৰ আত্মাৰ শান্তি কামনাৰে জনীয়াত সামূহিক দোৱা-প্ৰাৰ্থনা
জনীয়া, সংবাদ ৩৬৫, ১৭ ফেব্ৰুৱাৰী: যোৱা ১৪ ফেব্ৰুৱাৰীত জম্মু কাশ্মীৰত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ দিয়া দেশৰ ৪৪ জনকৈ বীৰ সৈনিকৰ আত্মাৰ চিৰ শান্তিৰ কামনাৰে জনীয়াবাসীয়ে আল্লাহ-তালাৰ ওচৰত দোৱা প্ৰাৰ্থনা মাগে। আৰু সন্ত্ৰাসবাদীৰ এই জঘন্য কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। ঘটনাৰ …