ৰেলিং বিহীন দলঙৰ পৰা পৰি মৃত্যু কমলপুৰত যুৱকৰ
বাইহাটা চাৰিআলি, সংবাদ ৩৬৫, ২৭ ডিচেম্বৰ: এখন দলঙে প্ৰান কাঢ়ি নিলে কমলপুৰ থানাৰ অন্তৰ্গত হাবেৰিকুৰা গাৱৰ চন্দ্ৰ ধৰ নাথ(১৯) নামৰ যুৱক জনৰ। নিশাৰ ভাগত ঘন কুৱলিয়ে ছানি ধৰাৰ ফলতেই ৰেলিং বিহীন দলঙৰ পৰা তলত পৰি মৃত্যুক সাৱটি লয় উক্ত যুৱকজনে। …