সোনতলীত কামৰূপ আৰক্ষীৰ গাঞ্জাৰ বিৰুদ্ধে বৃহৎ অভিযান: অভিযানত জব্দ প্ৰায় কেইবা কেজি গাঞ্জা
বকো, সংবাদ ৩৬৫, ১৮ ডিচেম্বৰ: বকোৰ সোনতলীত মঙ্গলবাৰে কামৰূপ আৰক্ষীয়ে গাঞ্জাৰ বিৰুদ্ধে এক অভিযান চলায়। কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া, ডি এছ পি কল্যাণ কুমাৰ পাঠক আৰু ডেইজি গগৈৰ নেতৃত্বত চলা অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা খেতি ধ্বংস …