অসমত বিজেপি উৎখাত কৰাৰ আহ্বান কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ভুপেন বৰাৰ
নাৰায়ণপুৰ, সংবাদ ৩৬৫, ৩০ নৱেম্বৰ: অসমত বিজেপি দলক উৎখাত কৰাৰ আহ্বান নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন বিধায়ক ভুপেন কুমাৰ বৰাৰ । বিগত আঢ়ৈ বছৰে অসমৰ ৰাইজক জলা-কলা দেখুওৱা এই প্ৰলোভনকাৰী বিজেপি চৰকাৰক বিদায় দিবৰ বাবে সমাগত পঞ্চায়ত …