সৰুপথাৰত ২১ খন গাঁও পঞ্চায়তৰ সৰ্বমুঠ ২৭৩টা পদৰ বাবে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নির্বাচনৰ অন্তিম মনোনয়ন পত্ৰ দাখিল

সৰুপথাৰ, সংবাদ ৩৬৫, ১৫ নৱেম্বৰ: ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে তৎপৰ সকলো দল-কৰ্মী। অহা ৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নির্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ বৃহস্পতিবাৰ দিনা অন্তিম দিন । গোলাঘাট জিলাৰ, ৯৪ নং সৰুপথাৰ বিধান সভা সমষ্টিৰ …

ডিগবৈত ১৪৩ তম ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বীৰছা মুণ্ডাৰ জন্ম জয়ন্তী উদযাপন: দুদিনীয়া কাৰ্যসূচীত হাজাৰ হাজাৰ লোকৰ সমাগম

ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ১৫ নৱেম্বৰ: তৈলনগৰী ডিগবৈত অসম মুন্ডা মহাসভা অবিভক্ত ডিব্ৰুগড়-তিনিচুকীয়া জিলা সমিতি আৰু অবিভক্ত ডিব্ৰুগড় জিলা মুন্ডা মহিলা সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বীৰছা মুণ্ডাৰ ১৪৩ তম জন্মজয়ন্তী উদযাপন কৰা হয়। বৃহস্পতিবাৰৰ এই কাৰ্য্যসূচিৰ …

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি নিলধৰ কলিতাকে ধৰি কেইবাগৰাকী নেতা কৰ্মীক আটক তামুলপুৰ আৰক্ষীৰ

তামুলপুৰ, সংবাদ ৩৬৫, ১৫ নৱেম্বৰ: সমগ্ৰ অসমতে ভিন্ন স্থানত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ প্ৰতিবাদেৰে অসমৰ সকলো দল সংগঠনে পৰিস্থিতি উত্তাল কৰি তোলাৰ প্ৰতিবাদেৰে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ অস্তিত্ব ৰক্ষাৰ্থে ৭০টা জনগোষ্ঠীয় সংগঠনৰ ঐক্যমতত সংকল্প যাত্ৰাৰে সুদুৰ শদিয়াৰ পৰা বাইক ৰেলী …

বিশ্বৰ বুকুত অসমৰ নাম উজ্বলোৱাৰ উদ্দেশ্যেৰে চীন দেশলৈ যাত্ৰা অসমৰ ৫ জীয়ৰীৰ লগতে ৩ অসম সন্তান

দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ১৫ নৱেম্বৰ: ৰাজ্যৰ ক্ৰিয়া প্ৰেমীলৈ সুখবৰ। আকৌ বিশ্বৰ বুকুত অসমৰ নাম উজ্বলোৱাৰ উদ্দেশ্যেৰে চীন দেশলৈ ৰাওনা অসমৰ ৫ জীয়ৰীৰ লগতে ৩ অসম সন্তানৰ। চীন দেশৰ ফছান চহৰত অহা ১৬ নৱেম্বৰত অনুষ্ঠিত হব লগীয়া ২০১৮ বৰ্ষৰ এছিয়ান …

“তামুলপুৰত এখন মহাবিদ্যালয় নথকাটো দুৰ্ভাগ্যজনক”- এই মন্তব্য নিতুমনি শইকীয়াৰ: তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় বাৰ্ষিক বটা বিতৰনী সভা

তামুলপুৰ, সংবাদ ৩৬৫, ১৪ নৱেম্বৰ: তামুলপুৰ বিধান সভা সমষ্টি প্ৰায় আঢ়ৈ লাখ জনসংখ্যাৰে পৰিপূৰ্ন। প্ৰায় এক লাখ আশী হেজাৰ ভোটাৰ আছে ৷ বি টি চিৰ ভিতৰতে শিক্ষাৰ হাৰো মনকৰিবলগীয়া ৷ কিন্তু এনেকুৱা জনবহুল তথা শিক্ষিত লোকেৰে পৰিপুষ্ট তামুলপুৰত এখন পূৰ্নাংগ …

তামুলপুৰত আক্ৰাছুৰ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ

তামুলপুৰ, সংবাদ ৩৬৫, ১৪ নৱেম্বৰ: বিজেপি মিত্ৰ দলৰ চৰকাৰে পৃথক কমতাপুৰ আৰু জনজাতি কৰনৰ নামত আলোচনাৰ নামত কোচ-ৰাজবংশী সকলক বাৰে বাৰে প্ৰতাৰণা কৰি অহাৰ বাবে আক্ৰাছুই বুধবাৰে প্ৰধান মন্ত্ৰী আৰু মূখ্য মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ কুমাৰীকাটা …

বেচৰকাৰী সংস্থা আশা দৰ্শনৰ উদ্যোগত সত্যনাৰায়ণপুৰ মধ্য ইংৰাজী বিদ্যালয়ত শিশু দিৱস উদযাপন

তামুলপুৰ, সংবাদ ৩৬৫, ১৪ নৱেম্বৰ: আজি শিশু দিৱস। নেহেৰুৰ প্রতি সন্মান প্রদর্শন আৰু শিশু সকলৰ প্রতি তেওঁৰ ভালপোৱাৰ বাবেই তেওঁৰ জন্ম দিনটোত আমাৰ দেশত শিশু দিৱস হিচাবে পালন কৰা হয়। এই দিনটো আমাৰ প্রত্যেককেই শিশুসকলৰ মঙ্গলৰ বাবে কৰা আমাৰ অঙ্গীকাৰৰ …

হাইডুবী ৰামপুৰ সত্ৰ বালক এম ই মাদ্ৰাছাত শিশু দিৱস উদযাপন

বটদ্ৰৱাৰ পৰা নজৰুল ইছলাম, সংবাদ ৩৬৫, ১৪ নৱেম্বৰ: জৱাহৰলাল নেহৰুৱে শিশু সকলক বৰ ভাল পাইছিল আৰু তেওঁলোকৰ মাজত তেওঁ নেহৰু চাচা বুলি পৰিচিত আছিল। ১৮৮৯ চনৰ ১৪ নৱেম্বৰ তাৰিখে তেওঁৰ জন্ম হয়। আৰু তেওঁৰ জন্ম দিনটোক প্রতি বছৰে ভাৰতবৰ্ষত “শিশু …

তামুলপুৰত অবৈধ কাঠফলা মিল উচ্ছেদ

তামুলপুৰ, সংবাদ ৩৬৫, ১৪ নৱেম্বৰ: ৰাজ্যত ধাৰাবাহিক ৰূপ লৈছে অবৈধ বেহাৰ। দৈনিক অবৈধ বেহাই গা কৰি উঠিছে ৰাজ্যত। বুধবাৰেও বাক্সা জিলাৰ কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়ৰ অধীনৰ বতিয়মাৰীত অবৈধ কাঠফলা মিল জব্দ হয়। জানিব পৰামতে বুধবাৰে পুৱা বতিয়মাৰীত বন বিভাগে এছ এছ …

নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধীতা পলাশবাৰী সমষ্টিৰ বিজেপি বিধায়ক প্ৰনৱ কলিতাৰ

পলাশবাৰী, সংবাদ ৩৬৫, ১৩ নৱেম্বৰ: বিধায়ক অতুল বৰাৰ পিছত এইবাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধীতা কৰে পলাশবাৰী সমষ্টিৰ বিজেপি বিধায়ক প্ৰনৱ কলিতাই। বিধায়ক কলিতাই কোনো কাৰণতে সমৰ্থন নকৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ। মঙ্গলবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে ২৮টা দল- সংগঠনৰ …