বঙাইগাঁও জিলাৰ নাম্বাৰ পাৰা চাকলা সমবায় সমিতিৰ বিশেষ সাধাৰণ সভাত তীব্ৰ উত্তেজনা
বঙাইগাঁও, সংবাদ ৩৬৫, ২০ ছেপ্টেম্বৰ: বঙাইগাঁও জিলাৰ নাম্বাৰ পাৰা চাকলা সমবায় সমিতি খনত দীৰ্ঘ দিন ধৰি চলি থকা ব্যাপক দূৰ্নীতি আৰু অনিয়ম, পৰিচালনা সমিতিৰ সভাপতি আবেদ আলী আৰু সম্পাদক তোফাজ্জুল হুছেইনৰ বিৰুদ্ধে বুধবাৰে অনুষ্ঠিত হোৱা সাধাৰণ সভা বৰ্জন কৰি তীব্ৰ …