পাঠ্যপুথি আৰু শিক্ষক বিচাৰি ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

নাবলাৰী, সংবাদ ৩৬৫, ১৫ মেঃ নলবাৰী জিলাৰ বড়িগোগ বনভাগ শিক্ষা খণ্ডৰ অন্তর্গত বিদ্যালয় সমূহত নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱা ৫ মাহ হৈ যোৱাৰ পিছতো বিদ্যালয় সমূহত বিভিন্ন বিষয়ৰ প্ৰায় ১১,০০০ পাঠ্যপুথি ছাত্ৰ ছাত্ৰীয়ে লাভ নকৰাৰ লগতে ঘগ্ৰাপাৰৰ ৩ খন বিদ্যালয়ত নৱম …

ধনদাবী কৰাৰ অভিযোগত বৰঝাৰ আৰক্ষী চকীৰ কনিষ্টবলসহ আটক গৃহৰক্ষীৰ জোৱান

মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ১৫ মেঃ অবৈধভাৱে ৰাজপথত ধন সংগ্ৰহ কৰাৰ অভিযোগত আজাৰা আৰক্ষীয়ে এজন কনিষ্টবলসহ তিনিজন গৃহৰক্ষী জোৱানক আটক কৰে। আৰক্ষীয়ে আটক কৰা জোৱান সকল বৰঝাৰ আৰক্ষী চকীত কৰ্মৰত আছিল। জানিব পৰা মতে বৰঝাৰ আৰক্ষী চকীৰ জাকিৰ হুছেইন নামৰ …

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আছুৰ জোঁৰ সমদল

গুৱাহাটী, সংবাদ ৩৬৫, ১৪ মেঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সোমবাৰে ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাই জোঁৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ উজান বজাৰস্থিত আছুৰ মুখ্য কার্যলয়ৰ পৰা আছুৰ কৰ্মকৰ্তা সকলে জোঁৰ সমদল উলিয়াই নাগৰিকত্ব …

১৩ লাখ টকা মূল্যৰ কানিসহ আটক অসম আৰক্ষীৰ জোৱান

গুৱাহাটী, সংবাদ ৩৬৫, ১৪ মেঃ ১৩ লাখ টকা মূল্যৰ কানিসহ অসম আৰক্ষীৰ এছটিএফ’ৰ এজন জোৱানক গুৱাহাটী শুল্ক বিভাগৰ সৰবৰাহ বিৰোধী শাখাই আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে সোমবাৰে গুৱাহাটী শুল্ক বিভাগৰ সৰবৰাহ বিৰোধী শাখাই এক অভিযান চলাই মহানগৰীৰ এইএছবিটি’ৰ …

ৰঙিয়া ৰে’ল জংচনত ১ কেজি ব্ৰাউন চুগাৰ উদ্ধাৰ

ৰঙিয়া, সংবাদ ৩৬৫, ১৪ মেঃ ৰঙিয়া ৰে’ল জংচনত ৰে’ল আৰক্ষীৰ সোমবাৰে নামনিমুৱা নৰ্থ ইষ্ট এক্সপ্ৰেছৰ পৰা ব্ৰাউন চুগাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। দিল্লীৰ ছিলামপুৰৰ বাসিন্দা মহম্মদ ওচমান খান নামৰ যাত্ৰীজনৰ কবলৰ পৰা ৰে’ল আৰক্ষীয়ে ব্ৰাউন চুগাৰ খিনি উদ্ধাৰ কৰে। উল্লেখ্য …

যোগীঘোপাত পথ দুৰ্ঘটনাত নিহত আৰক্ষীৰ গাড়ী চালক

বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ১৪ মেঃ বঙাইগাঁও জিলাৰ যোগীঘোপাত দেওবাৰে সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত অভয়াপুৰী আৰক্ষী চকীৰ গাড়ী চালক সত্যজিৎ ৰায় নিহত হয়। প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে নিশা এটা গোচৰৰ তদন্তৰ বাবে অভয়াপুৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী …

বিটিচিত বাঁহৰ দলঙে উদঙালে ৰাজ্য চৰকাৰৰ উন্নয়নৰ ফোঁপোলাস্বৰূপ

আন্ধেৰীঘাটৰ পৰা দিপজ্যোতি ডেকা, সংবাদ ৩৬৫, ১৪ মেঃ পৰিবৰ্তনৰ আৰু উন্নয়নৰ শ্ল’গান দি থকা ৰাজ্যৰ বিজেপি চৰকাৰখনৰ উন্নয়নৰ প্রকৃতস্বৰূপ উদঙালে কামৰূপৰ ৰঙিয়া সমষ্টিত এখন বাঁহৰ দলঙে। ৰঙিয়া সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ বৰনদীঝাৰ, বামুণগাওঁ, ৰামপুৰ আৰু আন্ধেৰীঘাট অঞ্চলৰ মাজেৰে বৈ যোৱা বৰনদী নৈ’ৰ …

দেশৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণৰ ফলত ৪০ জনৰ মৃত্যু

অনলাইন ডেস্ক, সংবাদ ৩৬৫, ১৪ মেঃ দেওবাৰে সন্ধিয়াৰ ভাগত ৰাজধানী দিল্লীৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত হোৱা ধুমুহা বৰষুণৰ ফলত ৪০ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৫০ জন লোক আঘাতপ্ৰাপ্ত হয়। জানিব পৰা মতে উত্তৰ প্ৰদেশত ২১ জন, পশ্চিম বংগত …

সোণ সৰবৰাহ কৰি আৰক্ষীৰ জালত বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি

গুৱাহাটী, সংবাদ ৩৬৫, ১৪ মেঃ সোণ সৰবৰাহ কৰি আৰক্ষীৰ জালত পৰিল বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি। দেওবাৰে জালুকবাৰী শাখাৰ বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি ৰাজীৱ ধৰসহ চাৰিজনকৈ সোণ সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে দেওবাৰে বৰপেটা জিলাৰ হাউলীৰ পৰা দুখন …

দৰংত পুনৰ বিহুৱা দলক আক্ৰমণ

আন্ধেৰীঘাটৰ পৰা দিপজ্যোতি ডেকা, সংবাদ ৩৬৫, ১৩ মেঃ দৰং জিলাৰ ঝাকুৱাপাৰাত কিছুদিন পূৰ্বে বিহু সমিতিৰ লোকে বিহুৱা দলৰ সদস্যৰ ওপৰত আক্ৰমণ চলোৱা ঘটনা সংঘটিত হোৱাৰ পিছত এইবাৰ আক্ৰমণ চলিল কাৱৈমাৰীৰ ৰাংঢালী বিহুৱা দলৰ ওপৰত। উল্লেখ্য যে শনিবাৰে মৈজেলীৰ সুৰুজমুখী সংঘৰ আমন্ত্ৰণমৰ্মে কাৱৈমাৰীৰ …