দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কামৰূপ জিলা ছাত্র সন্থাৰ পঞ্চদশ বাৰ্ষিক অধিবেশন

ৰঙিয়া, সংবাদ৩৬৫, ১ এপ্ৰিল: কামৰূপ জিলা ছাত্র সন্থাৰ পঞ্চদশ বাৰ্ষিক অধিবেশন দেওবাৰৰ পৰা ৰঙিয়াৰ বালিসত্ৰত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। পঞ্চদশ বাৰ্ষিক অধিবেশন উপলক্ষে দেওবাৰে পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বৃক্ষ ৰোপণ কাৰ্যসূচীৰ পিছতেই উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। সত্ৰীয়া …

কলগাছিয়াত পোন প্ৰথমবাৰৰ বাবে মিষ্টাৰ কলগাছিয়া দেহশ্ৰী প্ৰতিযোগিতা

কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ১ এপ্ৰিল: বৰপেটা জিলাৰ কলগাছিয়াত শনিবাৰে পোন প্ৰথমবাৰৰ বাবে মিষ্টাৰ কলগাছিয়া দেহশ্ৰী প্ৰতিযোগিতা অনুষ্ঠিত হয়। এনএলএফ জিম কলগাছিয়াৰ উদ্যোগত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত ১২ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। যুৱচামক উৎসাহিত কৰাৰ উদ্দেশ্য আয়োজন কৰা …

শ্ৰেণী অনুপাতে শিক্ষক নিযুক্তিৰ লগতে ৰাজহুৱা শিক্ষা খণ্ড ৰক্ষাৰ দাবীত উত্তাল বিলাসীপাৰা

বিলাসীপাৰা, সংবাদ ৩৬৫, ৩১ মাৰ্চ: শ্ৰেণী অনুপাতে শিক্ষক নিযুক্তি আৰু ৰাজহুৱা শিক্ষা খণ্ড ৰক্ষাৰ স্বাৰ্থত অন্যান্য আনুসংগিক দাবীত শনিবাৰে ৰাজপথলৈ ওলাই আহে ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। শ্ৰেণী অনুপাতে শিক্ষক নিযুক্তিৰ লগতে ৰাজহুৱা শিক্ষা খণ্ড ৰক্ষাৰ দাবীত ধুবুৰী জিলা …

অসম প্ৰদেশ মহিলা কংগ্ৰেছ নেতৃত্বৰ ৰাজ্যপালক সাক্ষাৎ

গুৱাহাটী, সংবাদ ৩৬৫, ৩১ মাৰ্চ: ৰাজ্যৰ ক্ৰমৱৰ্ধমান নাৰীজনিত অপৰাধ ৰোধৰ আহ্বানেৰে অসমৰ ৰাজ্যপাল ড° জগদীশ মুখীক শনিবাৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ এটা সঁজাতী দলে সাক্ষাৎ কৰে৷ ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ সঘনে সংঘটিত নাৰী নিৰ্যাতন ৰোধ কৰি যুৱতী-মহিলাসকলক নিৰাপত্তা দিয়াৰ দাবী জনায় …

দক্ষিণ কামৰূপত ৰে’লৰ চেপাত মৃত্যু হ’ল দুষ্পাপ্য হিমালয়ান গ্ৰীফান প্ৰজাতিৰ শগুন

মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ৩১ মাৰ্চ: শনিবাৰে দক্ষিণ কামৰূপত ৰে’লৰ চেপাত মৃত্যু হৈছে হিমালয়ান গ্ৰীফান প্ৰজাতিৰ শগুনৰ। জানিব পৰা মতে এটা মৰা গৰু ভক্ষন কৰি শগুন কেইটাই ৰে’লৰ আলিত বহি থাকোতে ৰে’লে মহতিয়াই নিয়াত শগুন কেইটাৰ মৃত্যু হয়। …

আন্তৰ্জাতিক পৰ্যায়ৰ খেলুৱৈ ইজাজুললৈ মুখ্যমন্ত্ৰীৰ ৫০ হাজাৰ টকাৰ সাহায্য

গোলাঘাটৰ পৰা চেমিম আলী, সংবাদ ৩৬৫, ৩১ মাৰ্চ: এফালে ছাগলী মাংসৰ ব্যৱসায় আৰু আনফালে মাংসপেশীৰ কলাত্মক প্ৰদৰ্শন৷ তাৰ মাজতে আকৌ পৰিয়াল চলোৱাৰ প্ৰত্যাহ্বান৷ হয়, প্ৰত্যাহ্বান নেওচি জীৱন যুঁজত আগুৱাই যোৱা এজন বিশেষ ক্ৰীড়াবিদ ইজাজুল হকৰ কথাকে কৈছোঁ৷ গোলাঘাটৰ কমাৰপট্টি নিবাসী …

ডিমাকুছিত ভয়াৱহ অগ্নিকাণ্ডত ১২ খনকৈ দোকান ভস্মীভূত : অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰ দাবীত ৰাজপথত ৰাইজ 

ডিমাকুছিৰ পৰা পিংকু কলিতা, সংবাদ ৩৬৫, ৩১ মাৰ্চ: ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী ডিমাকুছিত শুক্ৰবাৰে নিশা সংঘটিত হোৱা এক ভয়াৱহ অগ্নিকাণ্ডৰ ফলত ডিমাকুছিৰ মাজ মজিয়াত থকা ১২ খনকৈ দোকান সম্পূৰ্ণ ৰূপে ভষ্মীভূত হয়৷ অগ্নিকাণ্ডৰ খবৰ পাই ঘটনাস্থলীত ডিমাকুছি আৰক্ষী আৰু …

নগাঁৱত আৰক্ষীৰ অভিযানত ৯ বস্তা শামুক জব্দ

নগাঁৱৰ পৰা ৱাহিদুদ জামান, সংবাদ ৩৬৬, ৩০ মাৰ্চ: নগাঁও আৰক্ষীয়ে শুক্ৰবাৰে জিলাখনৰ চিভিল গেটৰ সমীপত থকা বাছ আস্থানত অভিযান চলাই ৯ বস্তা শামুক জব্দ কৰাৰ লগতে দুগৰাকী মহিলাসহ তিনিজন লোকক আটক কৰিবলৈ সক্ষম হয়। এক গোপন সুত্ৰে লাভ কৰা খবৰৰ …

ধৰ্ষণৰ বিৰুদ্ধে ডিমৰীয়াৰ সাংবাদিকে হাতত তুলি ললে তুলিকা

ক্ষেত্ৰী, সংবাদ ৩৬৫, ৩০ মাৰ্চ: ৰাজ্যত যোৱা কিছুদিন ধৰি সংঘটিত হৈ থকা ধর্ষণকাণ্ডৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনৰ লগতে ৰাইজ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰি ধর্ষণকাৰীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই অহাৰ সময়তে ডিমৰীয়া প্ৰেছ ক্লাৱে ধর্ষণকাণ্ডৰ বিৰুদ্ধে গ্ৰহণ কৰিছে …

দুধনৈত বনৰীয়া হাতীৰ তাণ্ডৱ

দুধনৈ, সংবাদ ৩৬৫, ৩০ মাৰ্চ: গোৱালপাৰা জিলাৰ দুধনৈত বৃহস্পতিবাৰে নিশা এটা বনৰীয়া হাতীয়ে জনাঞ্চলত প্ৰৱেশ কৰি ৬ খনকৈ গাঁৱত সন্ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে কেইবাটাও বাসগৃহ ভাঙি লণ্ডভণ্ড৷ বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰি হাটীটোৱে বুধবাৰে সন্ধিয়া কৃষ্ণাইৰ লালাবড়ীত এজন লোকক গচকি …